ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

122 নং শাৰী:
 
=== ধৰ্ম ===
[[File:Vikramjit-Kakati-Rumtek.jpg|thumb|centre|1000px|ছিক্কিমৰ গেংটকত অৱস্থিত "Rumtek Monastery" নামৰ তিব্বতীয় বৌদ্ধ মঠৰ দৃশ্য]]
 
নেপালী সকলৰ আগমনৰ পিছৰ পৰাই ৰাজ্যখনৰ প্ৰধান ধৰ্ম [[হিন্দ ধৰ্ম|হিন্দু]] হৈ পৰে। বৰ্তমান ছিক্কিমৰ মুঠ জনসংখ্যাৰ ৬০.৯৩% লোকেই হৈছে [[হিন্দু ধৰ্ম]]ৰধৰ্মৰ লোক। দ্বিতীয় সৰ্বাধিক লোক থকা ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম (২৮.১%) আৰু ইয়াঅত ৭৫ টা বৌদ্ধ বিহাৰ (Buddhist monastery) আছে।{{sfn|Bareh|2001|p=9}} [[খ্ৰীষ্টান ধৰ্ম]]ৰ (৬.৬%) লোকসকলৰ অধিকাংশই লেপছা। এইলোকক ১৯শতিকাৰ শেষ ভাগত ব্ৰিটিছ মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰাইছিল। বাকী প্ৰায় ১% [[মুছলিম]] আৰু [[জৈন ধৰ্ম|জৈন]] ধৰ্মৰ লোক আছে।<ref>{{cite book | title = | last = Singh | first = Kumar Suresh | coauthors = | year = 1992 | publisher = Anthropological Survey of India | location = | isbn = 81-7046-120-0 | page = 39 }}</ref>
 
=== ভাষা ===
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে