ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লিংক আদি
1 নং শাৰী:
 
{{Infobox state
<!-- See Template:Infobox settlement for additional fields and descriptions -->
Line 54 ⟶ 53:
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indianভাৰতীয় Standardমান Timeসময়|ISTভা.মা.স.]]
| utc_offset1 = +05০৫:30৩০
| iso_code = IN-SK
| blank_name_sec1 = [[Humanমানব Developmentবিকাশ Index|সূচাংক (HDI)]]
| blank_info_sec1 = {{increase}} 0.684 (medium)
| blank1_name_sec1 = HDIমানব স্থানবিকাশ সূচাংকস্থান
| blank1_info_sec1 = ৭তম৭ তম (২০০৫)
| blank_name_sec2 = সাক্ষৰতা হাৰ
| blank_info_sec2 = ৭৬.৬% (৭তমসপ্তম)
| blank1_name_sec2 = চৰকাৰী ভাষা
| blank1_info_sec2 = [[নেপালী ভাষা|নেপালী]], ভূটিয়া, লেপছা (১৯৭৭ পৰা), লিম্বু (১৯৮১ পৰা), নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ (১৯৯৫পৰা) আৰু ছুনৱাৰ (১৯৯৬পৰা)
| website = [http://www.sikkim.gov.in/ sikkim.gov.in]
| footnotes =
Line 70 ⟶ 69:
 
 
''' ছিক্কিম''' ({{lang-en|Sikkim}}) ({{Audio|Lif-Sikkim.ogg| শুনক|help=no}}) [[হিমালয়]] পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ[[ভাৰতবৰ্ষ]]ৰ এখন [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ[[গোৱা]]ৰ পিছতেই আটাইতকৈ কম।<ref name="Census">{{cite web | url = http://www.census.gov/ipc/prod/ib-9701.pdf#search=%22india%20state%20population%22 | title = Population Trends: India | accessdate = 4 November 2008 | author = Arjun Adlakha | year = 1997 | month = April | format = pdf | work = International brief | publisher = U.S. Department of Commerce | page = 5 }}</ref> ছিক্কিম ''নামজ্ঞাল ৰাজবংশ''ৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়। ইয়াৰ ফলতেই ছিক্কিমত ৰাজতন্ত্ৰৰ অন্ত তথা ইয়াত [[ভাৰতীয় সংবিধানৰসংবিধান]]ৰ নিয়ম-প্ৰণালীৰ মতে এখন ৰাজ্যলৈ পৰিৱৰ্তন হয়।
 
এই ৰাজ্যৰ পশ্চিমে [[নেপাল]], উত্তৰ আৰু পূব দিশত [[তিব্বত]], দক্ষিণ-পূবে [[ভূটান]] আৰু দক্ষিণে [[পশ্চিমবংগ]] ৰাজ্য অৱস্থিত। <ref name="Physical Feature">{{cite web | url = http://sikkimipr.org/GENERAL/ecosystem/ecosystem.htm | title = Physical Features of Sikkim | accessdate = 12 October 2006 | date = 29 September 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060702113711/http://www.sikkimipr.org/GENERAL/ecosystem/ecosystem.htm <!-- Bot retrieved archive --> | archivedate = 2 July 2006 }}</ref> ভাৰতবৰ্ষৰ ছিক্কিম হৈছে এনে এক ৰাজ্য য'ত নেপালী সম্প্ৰদায় মানুহৰ সংখ্যা সকলোতকৈ বেছি।<ref>http://www.sikkiminfo.net/nepalese.htm SikkimInfo.net. Retrieved 2011-09-24.</ref> ইয়াত ১১টাকৈ চৰকাৰী ভাক্ষা ব্যৱহৃত হয় - নেপালী, লেপছা, ভূটিয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ আৰু ছুনৱাৰ।<ref>{{cite web | url = http://www.darjeelingtimes.com/news/print/2208.html | title = Nepali Language in the Eighth Schedule of Constitution | accessdate = 10 March 2010 | date = Oct 13,2009 | author = Sonam Wangdi }}</ref><ref>[[Lepcha language|Lepcha]] has been an official language since 1977, [[Limbu language|Limbu]] since 1981, [[Tamang language|Tamang]] since 1995 and [[Sunwar language|Sunwar]] since 1996.</ref> স্কুল সমূহত শিক্ষাৰ মাধ্যম হিচাপে আৰু চৰকাৰী নথি-পত্ৰত ইংৰাজী ব্যৱহৃত হয়। '''[[গেংটক''']] হৈছে ছিক্কিমৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ।
 
শুনা যায় যে, বৌদ্ধ সন্যাসী গুৰু ''ৰিম্পৌচে''য়ে নৱম শতিকাত ছিক্কিম ভ্ৰমণ কৰি [[বৌদ্ধ ধৰ্ম]] আৰু ৰাজতন্ত্ৰৰ প্ৰচাৰ চলাইছিল। ১৬৪২ চনত ''নামজ্ঞাল ৰাজবংশ''ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ১৫০ বছৰৰ ভিতৰত এই ৰাজ্যখনত নেপালী আক্ৰমণকাৰীয়ে লুণ্ঠন তথা বহুতো প্ৰাদেশিক ক্ষতিসাধন কৰিছিল। ইয়াৰ পিছতেই এই ৰাজখনে ব্ৰিটিছ শাসকৰ লগত সম্বন্ধ স্থাপন কৰিছিল। কিন্তু কিছুদিন পিছতেই, তেওঁলোকে ছিক্কিমক নিজৰ শাসনলৈ আনি ইয়াক এখন ''ব্ৰিটিছ সংৰক্ষিত ৰাজ্য''লৈ পৰিৱৰ্তন কৰিছিল। ১৯৭৫ চনৰ এক জনমতৰ পাছত ই এখন ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত মিলি যায়।
 
 
পৃথিৱীৰ[[পৃথিৱী]]ৰ তৃতীয় উচ্চতম শৃংগ '''[[কাঞ্চনজঙ্ঘা''']], ছিক্কিমৰ উত্তৰ-পশ্চিম দিশত নেপালৰ সীমাৰ ওচৰত অৱস্থিত। ইয়াক ছিক্কিমৰ বহুতো ঠাইৰপৰা দেখা পোৱা যায়। ''হিন্দু'' আৰু ''বজ্ৰয়ান বৌদ্ধ'' ধৰ্মই হৈছে প্ৰধান ধৰ্ম। ইয়াৰ অৰ্থনৈতিক অৱস্থা [[কৃষি]] আৰু পৰ্য্যটনৰপৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।
 
 
Line 84 ⟶ 83:
== নামৰ উৎপত্তি ==
 
''ছিক্কিম'' শব্দটো দুটা ''লিম্বু'' শব্দ: ''ছু'' অৰ্থাৎ "নতুন" আৰু ''খ্যিম'' অৰ্থাৎ "ৰাজপ্ৰসাদ" বা "ঘৰ" ৰ পৰা গঠিত হৈছে। বিশ্বাস কৰা হয় যে, এই নামটোৱে ৰাজ্যখনৰ প্ৰথমজন শাসনকৰ্তা ''ফুণ্টচুক নামজ্ঞাল''ৰ দ্বাৰা নিৰ্মিত ৰাজপ্ৰসাদলৈ দৰ্শায়। তিব্বেতীয় ভাষাত ''ছিক্কিম''ৰ নাম হৈছে ''ডেঞ্জঙ'' (Denjong), অৰ্থাৎ "ধানৰ উপত্যকা"।<ref name="Bell25">{{cite book | title = Portrait of a Dalai Lama: the life and times of the great thirteenth | last = Bell | first = Charles Alfred | year = 1987 | publisher = Wisdom Publications | location = | isbn = 0-86171-055-X | page = 25 }}</ref> ছিক্কিমৰ মূল অধিবাসী ''লেপছা''সকলে ইয়াক ''নিয়ে-মে-এল'' (Nye-mae-el) বুলি কয়, অৰ্থাৎ "স্বৰ্গৰ উদ্যান"।<ref name="sikkimtourismintro">{{cite web | title = General information about Sikkim | publisher = Sikkim Tourism, Government of Sikkim | url = http://sikkimtournet.com/webforms/general/Introduction.aspx | accessdate = 16 May 2008 }}</ref> আৰু ''ভূটীয়া'' সকলে ''বেয়ুল ডেমাজঙ'' (Beyul Demazong), অৰ্থাৎ "ধানৰ গুপ্ত উপত্যকা" (the hidden valley of rice) বুলি কয়। <ref name="sikkimtourismintro" /> হিন্দুৰ ধাৰ্মিক গ্ৰন্থত ছিক্কিমক ''ইন্দ্ৰকীল'', অৰ্থাৎ দেৱৰাজ [[ইন্দ্ৰ]]ৰ বাগিছা বুলি জনা যায়।<ref>{{cite book | title = Encyclopaedia of Indian literature vol. 2 | last = Datta | first = Amaresh | origyear = 1988 | year = 2006 | publisher = Sahitya Akademi | location = | isbn = 81-260-1194-7 | page = 1739 }}</ref>
 
 
Line 97 ⟶ 96:
 
== উপ বিভাগ ==
[[चित्रচিত্ৰ:Sikkimdistricts.png|thumb|left|180px|ছিক্কিমৰ জিলা আৰু ইয়াৰ সদৰ সমূহ]]
 
ছিক্কিমক চাৰিখন জিলাত ভাগ কৰা হৈছে। [[কেন্দ্ৰীয় চৰকাৰ|কেন্দ্ৰীয় চৰকাৰে]] নিযুক্তি দিয়া [[জিলা উপায়ুক্ত]]ই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত [[চীন]]ৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন।
Line 117 ⟶ 116:
[[File:Gumpa.jpg|thumb|বৌদ্ধ ধৰ্মী লোকসকলৰ পৰম্পৰাগত উৎসৱ ''ল'ছাৰ''ৰ সময়ত ''গুম্পা নৃত্য'' কৰা দেখা গৈছে]]
 
ছিক্কিমৰ অধিকাংশ নেপালী লোকেই হিন্দু সকলৰ প্ৰায়বিলাক উৎসৱেই উৎযাপন কৰে। ইয়াৰ ভিতৰত ''[[দেৱালী'']] আৰু ''বিজয়া’বিজয়া দশমী''দশমী’ প্ৰধান। পৰম্পৰাগত স্থানীয় উৎসৱ, যেনে ''মাঘে সংক্ৰান্তি'' আৰু ''ভীমসেন পূজা''ও জনপ্ৰিয়।{{sfn|Choudhury|2006|p=35}} বৌদ্ধ ধৰ্মী লোকসকলৰ উৎসৱ সমূহৰ মাজত ''ল'ছাৰ'', ''লোছাঙ'', ''ছাগা দেৱা'', ''লাবাব ডুয়েছেন'', ''দ্ৰুপকা টেছী'' আৰু ''ভীমছু'' প্ৰধান। ''ল'ছাৰ'' উৎসৱ (তিব্বতীয় সকলৰ নৱবৰ্ষ)ৰ উপলক্ষে, বহুতো কাৰ্য্যালয়কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ এসপ্তাহলৈকে বন্ধ থাকে।{{sfn|Choudhury|2006|p=34}} ছিক্কিমৰ মুছলমান ধৰ্মৰ লোকসকলে [[ইদ-উল-ফিটৰ]] আৰু [[মহৰম]] উৎযাপন কৰে।<ref>{{cite book | title = Bulletin of Tibetology | last = | first = | authorlink = | coauthors = Sikkim Research Institute of Tibetology | year = 1995 | publisher = Namgyal Institute of Tibetology | location = | isbn = | page = 79 }}</ref> পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ আজিকালি গেংটকত [[খ্ৰীষ্টমাছ]] উৎযাপন কৰা হয়।<ref name="Culture">{{cite web | url = http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm | title = Culture and Festivals of Sikkim | accessdate = 12 October 2006 | date = 29 September 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060714040958/http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm <!-- Bot retrieved archive --> | archivedate = 14 July 2006 }}</ref>
 
== জনগাঁঠনি ==
 
=== ধৰ্ম ===
[[File:Vikramjit-Kakati-Rumtek.jpg|thumb|centre|1000px|ছিক্কিমৰ গেংটকত অৱস্থিত "Rumtek Monastery" নামৰ তিব্বতীয় বৌদ্ধ মঠৰ দৃশ্য]]
Line 126 ⟶ 124:
 
=== ভাষা ===
ছিক্কিমৰ সকলোৱে বুজিব প্ৰাপৰা উমৈহতীয়া ভাষা (lingua franca) হৈছে নেপালী।[[নেপালী ভাষা|নেপালী]]। তথাপি ভূটীয়া আৰু লেপছা ভাষা কিছুমান অঞ্চলত কোৱা হয়। ছিক্কিমৰ প্ৰায়বিলাক ঠাইতে হিন্দী আৰু ইংৰাজী ভাষা বুজা আৰু কোৱা হয়। বাকী ভাষাসমূহৰ ভিতৰত ''জংখা'', ''গ্ৰমা'', ''লিম্বু'', ''ৰায়'', ''গুৰুঙ'', ''মাগৰ'', ''শ্বেৰ্পা'', ''তামাঙ'', ''মাঝি'', ''মাঝৱাৰ'', ''নেপাল ভাষা'', ''ছিক্কিমিছ'', ''থুলুঙ'', ''তিব্বেতিয়ান'' আৰু ''য়াখা''।{{sfn|Bareh|2001|p=10}}
 
 
Line 133 ⟶ 131:
=== বিমান সেৱা ===
বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰ নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ ''পাকয়ং''ত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ ''বাগডোগ্ৰা বিমান বন্দৰ''। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ''ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছ''য়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪ জন যাত্ৰী কঢ়িয়াব পাৰে।<ref name="Thirty years">{{cite web | url = http://sikkimipr.org/IPR/statehood/statehood_nutshell.htm | title = 30 Years of Statehood In a Nutshell | accessdate = 12 October 2006 | date = 24 November 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060714083055/http://sikkimipr.org/IPR/statehood/statehood_nutshell.htm <!-- Bot retrieved archive --> | archivedate = 14 July 2006 }}</ref>
 
 
=== ৰেলসেৱা ===
বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি।<ref>{{cite book | title = Land and people of Indian states and union territories in 36 volumes: Volume 24 | chapter = Transport and Communication | last = Bhatt | first = S. C. | coauthors = Gopal K. Bhargava | year = 2001 | publisher = Gyan Publishing House | location = | isbn = 81-7835-380-6 | page = 76 }}</ref> তথাপি ছিক্কিমৰ ''ৰাংপ''' আৰু পশ্চিমবংগৰ ''ছেৱক''ৰ সৈতে ৰেলপথেৰে সংযোগ কৰিবলৈ এটা আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিটো ২০১৫ চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।<ref>{{cite web | url = http://www.railway-technology.com/projects/northbengalsikkimrai/ | title = North Bengal-Sikkim Railway Link | publisher = Railway Technology | date = | accessdate = 2011-06-19 }}</ref><ref>[http://www.thehindubusinessline.com/2010/01/25/stories/2010012551081500.htm The Hindu Business Line : Inspection survey for Sikkim rail link]</ref>
 
=== পথ ===
''[[৩১ A নং ৰাষ্ট্ৰীয় ঘাইপথ'']] আৰু ''[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ'']]- এই দুয়োটাই শিলিগুড়ি আৰু গেংটকক সংযোগ কৰিছে।<ref>{{cite news | url = http://www.telegraphindia.com/1060916/asp/siliguri/story_6752322.asp | title = Hill traffic slides to standstill | date = 16 September 2006 | accessdate = 14 June 2009 | publisher = ''[[The Telegraph (Kolkata)]]'' }}</ref> ''ছিক্কিম ৰাষ্ট্ৰীয় পৰিবহন'' বিভাগে বাছ আৰু ট্ৰাক সেৱা পৰিচালনা কৰে। ব্যক্তিগত খণ্ডৰ বাছ, টেক্সী আৰু জীপ গাড়ীয়ে সমগ্ৰ ছিক্কিমৰ সকলো ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰাৰ লগতে শিলিগুড়িৰ লগতো সংযোগ কৰে। মেল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখাই পশ্চিম ছিক্কিমক সংযোগ কৰিছে। দক্ষিণ আৰু পশ্চিম ছিক্কিমৰ চহৰ সমূহ উত্তৰ পশ্চিমবংগৰ ''কালিমপঙ'' আৰু [[দাৰ্জিলিঙ]]ৰ লগত সংযোগ কৰিছে।{{sfn|Choudhury|2006|pp=84–87}} নাথুলা গিৰিপথে ৰাজ্যখনক [[তিব্বত]]ৰ লগত সংযোগ কৰিছে।
 
== শিক্ষা ==
ছিক্কিমৰছিক্কিমত সাক্ষৰতাৰ হাৰ ৬৯.৬৮%। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৭৬.৭৩% আৰু মহিলাৰ হাৰ ৬১.৪৬%। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ ১১৫৭ খন বিদ্যালয় আছে। ইয়াৰে ৭৬৫ খন ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, ৭ খন কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় আৰু ৩৮৫ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে।<ref>{{cite web | url = http://www.sikkimipr.org/images/herald/Jan%2026.pdf | title = In the process of Constitutional democracy, Sikkim has not lagged behind-Governor | date = 26 February 2010 | author = Balmiki Prasad Singh Governor of Sikkim | accessdate = 11 March 2010}}</ref> উচ্চতৰ শিক্ষাৰ বাবে ইয়াত ১২ খন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে '''ছিক্কিম মণিপাল ইউনিভাৰ্চিটি'''[http://www.smu.edu.in]। ই অভিযান্ত্ৰিক, ঔষধ আৰু মেনেজমেণ্ট, এই তিনিটা বিভাগত শিক্ষা প্ৰদান কৰে। ইয়াত বিভিন্ন বিভাগত দূৰ-সংযোগী শিক্ষা গ্ৰহণৰ (Distance Education Program, [http://www.smude.edu.in/]) সুবিধাও আছে।<ref>{{cite web | url = http://www.smude.edu.in | title = Sikkim Manipal University-Distance Education | date = 26 June 2010 | author = Sailesh | accessdate = 26 June 2010 }}</ref> ছিক্কিমত ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত দুখনকৈ পলিটেকনিক বিদ্যালয়: ''এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ'' (Advanced Technical Training Centre, ATTC) আৰু ''চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী'' (Computers and Communication Technology, CCCT) আছে। ইয়াত অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন বিভাগত ডিপ্লমা প্ৰদান কৰা হয়। ''এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ'' ছিংটামৰ বৰডাঙত আৰু ''চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী'' নামছিৰ ছিছ'পানীত অৱস্থিত। ২০০৮ চনত ছিংটামৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ ''য়ানগেঙ''ত (Yangang) এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, '''ছিক্কিম বিশ্ববিদ্যালয়''' স্থাপন কৰা হয়।<ref>{{cite news | url = http://www.telegraphindia.com/1080204/jsp/siliguri/story_8858265.jsp | title = Do-it-yourself mantra for varsity | last = Chettri | first = Vivek | date = 4 February 2008 | work = The Telegraph | accessdate = 15 May 2008 }}</ref> তথাপি, বহুতো ছাত্ৰ-ছাত্ৰী [[শিলিগুড়ি]], [[ক'লকাতা]], [[বাংগালোৰ]] অথবা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ উচ্চ শিক্ষাৰ বাবে যায়।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে