→‎সাঁচ প্ৰতিলেপন: নতুন অনুচ্ছেদ
35 নং শাৰী:
 
ইংৰাজী প্ৰবন্ধটোৰ পৰা চিত্ৰৰ লিংকবোৰ কপি কৰাৰ পিছত দুখনমান চিত্ৰৰ লিংকসমূহ অস্তীত্বহীন বুলি দেখুৱাইছিল। সেয়ে সেই দুখন চিত্ৰ নতুনকৈ আপল'ড কৰিছিলো। [[সদস্য:Ani_ttbr|— অনিমেষ বৰা]]
 
== সাঁচ প্ৰতিলেপন ==
 
তোমাৰ আগ্ৰহ দেখি ভাল লাগিছে| তুমি আজি প্ৰতিলিপি কৰা সাঁচ কিছুমানত অলপ সমস্যা আছিল| বিশেষকৈ ইংৰাজী সাঁচৰ লিংকৰ লগত| ইংৰাজী লিংকবোৰ কিছুমান সাঁচত থাকে আনহাতে কিছুমানত ডক ফাইলত| আগলৈ লক্ষ্য কৰিবা| লগতে /doc নথিখনো দুখনমানত অনা নাছিলা| ম‍ই চাই মেলি এতিয়া ঠিক কৰি দিলো| কিন্তু আগলৈ এই কামৰ পুনৰাবৃত্তি নহবৰ বাবে ম‍ই কৰা সংশোধনসমূহ ভালদৰে লক্ষ্য কৰিবা| আৰু শেষত ইয়াকৈ কৈ সামৰো "[[Wikipedia:Be bold|'''Be bold''']]", আজি হোৱা ভুল সমূহ নগন্য| চিন্তাৰ কাৰণ নাই| কিবা প্ৰশ্ন থাকিলে নিসংকোচে জনাবা| লগতে [[কোকোৰাঝাৰ জিলা]]খনো আৰম্ভ কৰিয়েই এৰিলা কিয়? [[হিমালয়]] প্ৰবন্ধটো তুমি লিখিবা বুলি বাট চালো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 11:52, 26 জুন 2012 (UTC)