ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
অসম মূলত: কৃষি প্ৰধান দেশ | কৃষিৰ বাবে পানী লাগে আৰু কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়| বৰষুণে সেই পানী যোগান ধৰে| কিন্তু মনুহে আশাকৰা মতেই সদায় প্ৰকৃতিৰ পানী নাপায়| কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয়| পানীৰ অভাৱত পথাৰে চিৰাল ফাত দিয়ে| এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান অনুষ্ঠান আদি পালন কৰে| তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম| লোকবিশ্বাস মতে ভেকুলীৰ বিয়া পতিলে খৰাং বতৰতো বৰষুণ দিয়ে| ’’’ভেকুলী বিয়া’’’ প্ৰধানত: [[ভাৰত]] আৰু [[নেপালত]] প্ৰচলিত এক [[পৰম্পৰা]]|
==নীতি নিয়ম==
ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত হয়, জ্যোতিষীৰ দ্বাৰা বিয়াৰ বাবে নিদিৰ্ষ্ট দিন ধাৰ্য্য কৰা দেখা যায়| বিয়ালৈ ২/৩ দিন থাকোতেই দুটা খহুৱা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা পাতি দুঘৰ মানুহত থয়| মানুহৰ বিয়াৰ দৰে বিবাহ মাণ্ডপ প্ৰস্তুত কৰে| তাৰ পাছত নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায়| শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে|
6 নং শাৰী:
বৰষুণ দিয়ে ভেকুলীয়ে টোৰটোৰালে, চুক ভেকুলীৰ টোৰটোৰণি বতৰৰ আগলি বতৰা বুলি মানুহে বিশ্বাস কৰে| ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল|
বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা অথৰ্ব বেদতো পোৱা যায়| ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-
<center>
ভেকুলীৰ বিয়ালৈ
আহে ইন্দ্ৰদেৱে