ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[অসম]] মূলত: কৃষি প্ৰধান দেশ। [[কৃষি]]ৰ বাবে [[পানী]] লাগে আৰু কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। বৰষুণে সেই পানী যোগান ধৰে| কিন্তু মনুহে আশাকৰা মতেই সদায় প্ৰকৃতিৰ পানী নাপায়| কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয়| পানীৰ অভাৱত পথাৰে চিৰাল ফাত দিয়ে| এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান অনুষ্ঠান আদি পালন কৰে| তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম| লোকবিশ্বাস মতে ভেকুলীৰ [[বিয়া]] পতিলে খৰাং বতৰতো বৰষুণ দিয়ে| ’’’ভেকুলী'''ভেকুলী বিয়া’’’বিয়া''' প্ৰধানত: [[ভাৰত]] আৰু [[নেপাল]]ত প্ৰচলিত এক [[পৰম্পৰা]]|
[[Image:frog marriage.jpg|thumb|right|200px|<center>ভেকুলী বিয়া<center>]]
 
6 নং শাৰী:
 
==লোকবিশ্বাস==
বৰষুণ দিয়ে ভেকুলীয়ে টোৰটোৰালে, চুক ভেকুলীৰ টোৰটোৰণি বতৰৰ আগলি বতৰা বুলি মানুহে বিশ্বাস কৰে| ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল| বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা [[অথৰ্ব বেদতোবেদ]]তো পোৱা যায়<ref>[http://enajori.com/folk-culture/traditions/ এনাজৰী ডট কম]</ref><ref>[http://latimesblogs.latimes.com/unleashed/2009/07/indian-villagers-perform-frog-wedding-to-combat-rain-shortage.html/ Times of India]</ref>| ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-
 
<center>