খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
{{Infobox musical artist
| bgcolour = lightgray
Line 21 ⟶ 20:
}}
 
'''খগেন মহন্ত''' (১৯৪২)[[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ [[লোকসংগীত]]ৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে৷ অসমৰ অন্যতম লোকসংগীত [[বিহু]]ৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে তেওঁক '''King of Bihu'''<ref name=vedanti>http://www.vedanti.com/Legends/khagen_mahanta.htm</ref> বা বিহু সম্ৰাট বুলি কোৱা হয়৷
 
==শৈশৱ আৰু কৰ্মজীৱন==
[[File:Khagen Mahanta & Family.gif|thumb|<center>খগেন মহন্ত আৰু পৰিয়াল<center>]]
১৯৪২ চনৰ ১৭ আগষ্ট (শাওন-ভাদৰ সংক্ৰান্তি তিথি)ত [[নগাঁও]] জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল৷ পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী৷ তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ব কৰিবলৈ সক্ষম হৈছিল৷ [[সত্ৰীয়া নৃত্য]]ৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল৷ খগেন মহন্তই ১৯৬৫ চনত [[অৰ্চনা মহন্ত]]ৰ লগত বিবাহপাশত আৱদ্ধ হয়৷ তেওঁৰ সুযোগ্য পুত্ৰ [[অংগৰাগ মহন্ত]]ইও বৰ্তমান পিতৃৰ আদৰ্শৰে অসমীয়া সংগীতজগতক উজ্জ্বলাই তুলিছে৷<ref name=dainik></ref>