দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

82 নং শাৰী:
দৰং জিলা (অবিভক্ত) মঙ্গলদৈ জিলাৰ সদৰ ঠাই ও মহ্কুমা হিচাবে ১৯৮৩ চনত গঠিত হৈছিল।
==নামৰ ইতিবৃত্ত==
প্রাচীনকালত ভাৰতৰ উত্তৰ পূৱ প্রান্তৰ লৌহিত্যৰ উত্তৰ ফালে থকা প্রাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক দৌৰঙ্গ বা দ্যোৰঙ্গ বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা বাখ্যা অনুসৰি ''''দ্যোৰ'''' শব্দৰ অর্থ দেৱতাৰ আৰু ''''ৰঙ্গ''''ৰ অর্থ আনন্দ বা সুখৰ ঠাই। কালক্রমত এই ভূ-খণ্ডই দৰঙ্গ বা '''দৰং''' নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদুলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষন কৰে। প্রাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়ত আছিল। ডঃ বানিকান্ত কাকতিদেৱৰ মতে দৰং শব্দতো অষ্ট্রিক ভাষাৰ পৰা অহা। আন এজন ভাষাতাত্বিক গ্রিয়ার্ছন চাহাবে তেওঁৰ গ্রন্থ 'ডি লেংগুইষ্টিক চার্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষন কৰিছে।
 
==ইতিহাস==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে