দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
সজ্জা
1 নং শাৰী:
 
 
 
{{Infobox settlement
| name = দৰং জিলা
Line 77 ⟶ 74:
}}
 
'''দৰং জিলা''' ({{lang-en|দৰং জিলা}}) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ সাতাইশখন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন। দৰং জিলা (অবিভক্ত) মঙ্গলদৈ জিলাৰ সদৰ ঠাই ও মহ্কুমা হিচাবে ১৯৮৩ চনত গঠিত হৈছিল।
 
 
 
দৰং জিলা (অবিভক্ত) মঙ্গলদৈ জিলাৰ সদৰ ঠাই ও মহ্কুমা হিচাবে ১৯৮৩ চনত গঠিত হৈছিল।
==নামৰ ইতিবৃত্ত==
প্রাচীনকালত ভাৰতৰ [[উত্তৰ-পূব-ভাৰত|উত্তৰ পূৱপূ্ব প্রান্তৰ]] লৌহিত্যৰ উত্তৰ ফালে থকা প্রাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক '''দৌৰঙ্গ''' বা '''দ্যোৰঙ্গ''' বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা বাখ্যা অনুসৰি ''''দ্যোৰ'''' শব্দৰ অর্থ দেৱতাৰ আৰু ''''ৰঙ্গ''''ৰ অর্থ আনন্দ বা সুখৰ ঠাই। কালক্রমত এই ভূ-খণ্ডই দৰঙ্গ বা '''দৰং''' নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদুলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষন কৰে। প্রাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়ত আছিল। ডঃ[[বানীকান্ত বানিকান্তকাকতি| কাকতিদেৱৰড° বানীকান্ত কাকতি]]ৰ মতে দৰং শব্দতো অষ্ট্রিক ভাষাৰ পৰা অহা।<ref>Assamese its Formation and Developement , Dr. Banikanta Kakati</ref> আন এজন ভাষাতাত্বিক গ্রিয়ার্ছন চাহাবে তেওঁৰ গ্রন্থ 'ডি লেংগুইষ্টিক চার্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষন কৰিছে।<ref>মংগলদৈ নগৰৰ ইতিহাস, শ্রী ধনপতি কলিতা</ref>
 
==ইতিহাস==
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত [[শোণিতপুৰ জিলা]] আৰু ২০০৪ চনত [[ওদালগুৰি জিলা]] পৃথক হয়।হয়<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref>।
 
'''দৰং জিলা''' এটা ঠেক সমভুমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা [[ব্ৰহ্মপুত্ৰ নদ ]]ৰ মাজত অবস্থিত।অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাবে। ১৬ শতিকাৰ আৰম্ভনিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং ৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্রীষ্টাব্দত আহোম স্বর্গদেউ প্রতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, '''ধর্মনাৰায়ন''' নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে।<ref>অসম দেশৰ বুৰঞ্জী, ডঃ লক্ষ্মী দেৱী</ref> কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্র আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ন '''কেপ্তেইন ৱেল্স''' আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়ীক প্রস্তাব মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবুপ্পইয়াণ্ডাবু সন্ধিৰসন্ধি[[ৰ অবৈধ চর্ত প্রয়োগ কৰি আহোম ৰাজ্য গ্রাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্রীঃৰ মার্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তর্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্রধান কার্‍্যালয়কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে, আৰু ১৯৮৩ চনলৈ তেজপুৰেই[[তেজপুৰ]] খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ ম জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
 
==ভৌগোলিক তথ্য==
==দৰং জিলাৰ চাৰিসীমা==
;চাৰিসীমা:
এই জিলাখন এটা সমভুমি অঞ্চল বুলিয়ে কব পাৰি। এই জিলাৰ উত্তৰে [[ওডালগুৰি জিলা ]]আৰু দক্ষিণ সীমাত মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছেl পূবে [[শোনিতপুৰ জিলা]] আৰু পশ্চিমে [[কামৰূপ জিলা]]l জিলাখনৰ ব্ৰহ্মপুত্ৰৰ মুখ্য উপনৈ সমূহ হ’ল- বৰনদী, নোৱানৈ, মঙ্গলদৈ নৈ, আৰু ধনশিৰি নৈ।
 
;জলবায়ু:
'''জলবায়ু''':- জিলাখনৰ জলবায়ু বেছ আনন্দদায়ক। শীতকালত জিলাখনৰ উত্তৰ ভাগত অ‍ইন অংশতকৈ কিছু বেছি শীতল হয় কিয়নো এই অংশত ওডালগুৰি জিলাৰ হাবি-বননি আৰু পাহাৰ-পৰ্বতে আগুৰা। গড় উষ্ণতা ১০ ৰ পৰা ৩০ ডিগ্ৰী চেণ্টিগ্ৰেড। ২১২০ মিলি হ’ল বাৰ্ষিক বৰষুণৰ পৰিমাণ।;অৱস্থিতি
 
;অৱস্থিতি:
==ভৌগোলিক তথ্য==
দৰং ২০ ডিগ্ৰী 9 মিনিট উত্তৰৰ পৰা ২৬ ডিগ্ৰী ৯৫ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৯১ ডিগ্ৰী ৪৫ মিনিট পূৱৰ পৰা ৯২ ডিগ্ৰী ২২ মিনিট পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ [[মঙ্গলদৈ]]। ৬ টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি ১৪২০.৫১ বৰ্গ কি.মি.<ref name='Reference Annual'>{{cite book | last1 = Srivastava, Dayawanti et al. (ed.) | title = India 2010: A Reference Annual | chapter = States and Union Territories: Assam: Government | edition = 54th | publisher = Additional Director General, Publications Division, [[Ministry of Information and Broadcasting (India)]], [[Government of India]] | year = 2010 | location = New Delhi, India | pages = 1116 | accessdate = 2011-10-11 | isbn = 978-81-230-1617-7}}</ref>। ২০০১ চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা ৭,৫৯,৭১২ জন আৰু শিক্ষিতৰ হাৰ ৫৫ শতাংশ ।শতাংশ।
 
=ভূ-অবয়ব=
;ভূ-অবয়ৱ
জিলাখন সমভুমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা ৫০ মিটাৰৰ - ২৫০মিটাৰলৈ ঠাই ভেদে উন্নতি আছে।
 
==ভাষা==
দৰং জিলাত সাধাৰনতে [[অসমীয়া ভষা|অসমীয়া]], [[বাংলা ভাষা|বাংলা]], [[বড়ো ভাষা|বড়ো]], [[নেপালী ভাষা|নেপালী]], [[হিন্দী ভাষা|হিন্দী]] অাদিআদি ভাষা প্ৰচলিত।
 
-----
===দৰং জিলাৰ লোক পিয়ল===
 
==দৰং জিলাৰ চাৰিসীমালোক পিয়ল==
::২০১১চনৰ২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন ।জন। <ref name=districtcensus>Darrang{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref> ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১ জন আছিল। [[অসম]] ৰাজ্যৰ মুঠ জনসংখ্যাৰ [[দৰং জিলা]]ৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩ জন আৰু ২০০১ চনত ৯৩৭ জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭ জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১ , পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬ জন যি ২০০১ চনৰ মতে ১৪৬৮১৮ জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪ জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬ জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন , ২০৬৫২১ জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬৪৭০২৬৬।<ref>All details regarding Darrang District have been processed from Govt. of India. We are not responsible for errors to population census details of Darrang District</ref>
<ref>All details regarding Darrang District have been processed from Govt. of India. We are not responsible for errors to population census details of Darrang District</ref>[http://দৰং%20জিলা দৰং জিলা]
 
==উল্লেখযোগ্য স্থান==
# [[মঙ্গলদৈ]],
# [[দলগাঁও]],
# [[খাৰুপেটীয়া]],
# [[ছিপাঝাৰ]],
# [[পথৰুঘাট]]
 
==বিধানসভা সমষ্টি==
Line 142 ⟶ 137:
 
{{অসমৰ জিলা}}
[[Categoryশ্ৰেণী:অসমৰ জিলা]]
 
[[ca:Districte de Darrang]]
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে