"প্ৰদূষণ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,434 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
 
* '''বায়ু প্ৰদূষণ'''
বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্রভাব পেলাব পৰা ক্ষতিকাৰী পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্রদূষন হোৱা বুলি কোৱা যায়। এনে প্রদূষণ সৃষ্টিকাৰী গেছীয় পদার্থৰ ভিতৰত প্রধান হৈছে কার্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকার্বন,নাইত্রজেন ডাইঅক্সাইড ইত্যাদি। এনে প্রদূষকবোৰ সাধাৰণতে উদ্যোগিক আবর্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নির্গত হয়।
* '''পানী (জল) প্ৰদূষণ'''
খোৱা পানী বা সমুদ্রৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদার্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থইতিতপৰিস্থিতিত পানী প্রদূষন হোৱা বুলি কোৱা যায়। জল প্রদূষণ সৃষ্টি কৰা প্রদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নির্গত ৰাসায়নিক পদার্থ আদি।
* '''শব্দ প্ৰদূষণ'''
কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্রভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্রদূষণ হোৱা বুলি কও।
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
* '''স্থল প্ৰদূষণ'''
ক্রুটিপুর্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱর্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে হোৱাপৃথিৱীৰ মাটিৰউপৰিভাগত ব্যাপকথকা দুর্ব্যৱহাৰৰমাটিভাগৰ ফলতগুণগত পৃথিৱীৰমাণদণ্ডৰ ভূসমতলব্যাপক ভাগৰহাৰত অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্রদূষণ বুলি কও। কৃষিকার্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্রয়োগ তথা আবর্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
==প্ৰভাৱ==
[[File:Health effects of pollution.png|thumb|250px|মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ।]]
82

টা সম্পাদনা