বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

removed Category:অসম using HotCat
No edit summary
1 নং শাৰী:
{{Infobox bridge
[[Image:Bogibil.jpg|thumb|right|200px|<center>বগীবিল দলঙৰ পৰিকল্পনা<center>]]
| bridge_name = Bogibil Bridge
বগীবিল দলং [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মান কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মানৰ শুভাৰম্ভ কৰে৷ [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘটম দলং হ'ব৷ দুখলপীয়া দলংখনত তলৰ খাপত তিনিতা লেনযুক্ত পথ থাকিব৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
| native_name = বগীবিল দলং
| native_name_lang = অসমীয়া
| image = Bogibil.jpg
| image_size = 200 px
| alt =
[[Image:Bogibil.jpg|thumb|right|200px|<center> caption = বগীবিল দলঙৰ পৰিকল্পনা<center>]]
| official_name =
| other_name =
| carries =
| crosses =
| locale =
| owner =
| maint = অসম চৰকাৰ
| id =
| architect =
| designer =
| engineering =
| design =
| material =
| length =
| width =
| height =
| mainspan =
| spans =
| pierswater =
| load =
| clearance =
| below =
| life =
| builder =
| fabricator =
| begin = ২০০২ চন
| complete =
| cost =
| open =
| inaugurated =
| toll =
| traffic =
| preceded =
| followed =
| heritage =
| collapsed =
| closed =
| replaces =
| map_cue =
| map_image =
| map_alt =
| map_text =
| map_width =
| coordinates =
| lat =
| long =
| references =
| extra =
}}
 
 
==নিৰ্মানৰ অগ্ৰগতি==
বগীবিল দলং [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মান কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মানৰ শুভাৰম্ভ কৰে৷ [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘটমদীৰ্ঘতম দলং হ'ব৷ দুখলপীয়া দলংখনত তলৰ খাপত তিনিতাতিনিটা লেনযুক্ত পথ থাকিব৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
==নিৰ্মানৰনিৰ্মাণৰ অগ্ৰগতি==
২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয়৷ পৰিকল্পনা অনুসৰি ২০১৫ চনত প্ৰকল্পটোৰ সকলো কাম শেষ হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছে৷<ref>Bogibeel bridge to be ready by 2015
[http://www.assamtribune.com/scripts/detailsnew.asp?id=may0811/at092] in Assam Tribune. তথ্য সংগ্ৰহৰ সময়- ০২ ফেব্ৰুৱাৰী ২০১২</ref>