লাজুকী বান্দৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :pnb:بنگالی ماٹھا لوریز
34 নং শাৰী:
 
==বিৱৰণ==
লাজুকী বান্দৰৰ শৰীৰ ঘন নোমেৰে আৱৰা৷ দেহৰ বৰণ ছাই বৰণীয়া, খয়েৰীৰ পৰা বগা ধৰণৰ৷ দেহ সৰু, ঘুৰণীয়া মুখৰ অধিকাংশ আৱৰি বৃহৎ চকুযোৰ , কাণ ক্ষুদ্ৰাকৃতিৰ৷ সমগ্ৰ দেহ ভেলভেট ৰঙৰ নোমেৰে আবৃত , মূৰ আৰু বাহুৰ নোমৰ ৰঙ পাতলীয়া৷ লাজুকী বান্দৰৰ কান্ধৰ ওপৰত আৰু চকুৰ চাৰিওফালে চক্ৰাকাৰ গাঢ় খয়েৰী বৰণৰ দাগ দেখিবলৈ পোৱা যায়৷ এই লাজকুৰীয়া জন্তুটোৰ বিষয়ে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ ইয়াৰ দি্বতীয় আঙুলিৰ নখটো বেঁকা হয় আৰু ইয়াক গছৰ মুঢ়াৰ পৰা পোক-পতংগ খান্দি উলিওৱাত ব্যৱহাৰ কৰে
লাজুকী বান্দৰৰ দেহৰ দৈৰ্ঘ্য ৩০-৪০ ছে. মি.৷ ওজন- ১.২-১.৩ কি.গ্ৰা.৷ [[File:Nycticebus.jpg|thumb|right| উনৈশ শতিকাৰ এটি বিৱৰণত লাজুকী বান্দৰৰ বৃহৎ চকু, ঘুৰণীয়া মুৰ, ক্ষুদ্ৰাকৃতিৰ কাণৰ প্ৰদৰ্শন]]
 
লাজুকী বান্দৰৰ মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ এটা ডাঠ দীঘলীয়া আঁক আছে৷ ইয়াৰ আগঠেং দুখন প্ৰায় বগা৷
 
১৭ৰ পৰা ২১ মাহ বয়স হ'লে মাইকী লাজুকী বান্দৰে পোৱালী দিয়ে৷ গৰ্ভধাৰণৰ কাল প্ৰায় ১৯১ দিন হয়৷ ১২ ৰ পৰা ১৮ মাহৰ মূৰে মূৰে ই এটাকৈ পোৱালী দিয়া দেখা যায়৷ লাজুকী বান্দৰৰ আয়ুস প্ৰায় ২০ বছৰ<ref>অসমৰ প্ৰাইমেট-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন</ref>৷
 
==বসতিস্থান==