অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
==টকা==
{{Main|টকা (বাদ্য)}}
[[File:টকা বাদ্য.JPG|thumb|100px|left|টকা বজাই থকা এজন বিহুৱা]]
অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা।এই বাদ্যৰ ব্যৱহাৰো অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ ।বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাচপৰিৰ চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। [[File:টকা বাদ্য.JPG|thumb|left|টকা বজাই থকা এজন বিহুৱা]]
<ref>http://www.anvesha.co.in/assamese/toka_as.htm</ref>