কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :ast:Poesía
r2.7.3) (ৰবট যোগ দিছে :xmf:პოეტი; cosmetic changes
4 নং শাৰী:
'''কবিতা''' সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল [[গদ্য]]। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
 
== কবিতাৰ জন্ম ==
এইটো অনুমান কৰা হৈছে যে, আদি কবি [[বাল্মীকি|বাল্মীকিৰ]] ক্ৰৌঞ্চমিথুন-বিয়োগ-জনিত শোকেই শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত [[কবি]] চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল<ref name = "L">'''সাহিত্য-সন্দৰ্শন''', শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০</ref> -
 
{{cquote|মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।<br />
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্‌।।
}}
 
== বৈশিষ্ট্য ==
 
 
== প্ৰকাৰভেদ ==
 
{{Navbox
29 নং শাৰী:
 
 
== তথ্যসূত্ৰ ==
{{reflist}}
 
[[শ্ৰেণী: সাহিত্য]]
[[শ্ৰেণী: কবিতা]]
 
[[af:Poësie]]
151 নং শাৰী:
[[war:Siday]]
[[wuu:诗]]
[[xmf:პოეტი]]
[[yi:דיכטונג]]
[[yo:Ewì]]
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে