অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্যপেৰা, সজ্জা
1 নং শাৰী:
{{Infobox holiday
২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই]] পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণী ঘটে।<ref>অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
|holiday_name = অসম দিৱস
|type = required
|image =
|imagesize =
|caption =
|official_name = চ্যুকাফা দিৱস
|nickname =
|observedby =
|litcolor =
|longtype =
|significance =
|begins = ২ ডিচেম্বৰ
|ends =
|date =
<!-- Use next three if holiday is the same day of the same week every year -->
|week_ordinal = <!-- "first", "second", "last", etc. -->
|weekday = <!-- "Sunday", "Monday", "Friday", etc. -->
|month = <!-- "January", "February", "December", etc. -->
<!-- Use next three if the date changes in an unusual pattern each year -->
|date{{#time:Y|last year}} = <!-- only for days that change each year -->
|date{{#time:Y}} = <!-- only for days that change each year -->
|date{{#time:Y|next year}} = <!-- only for days that change each year -->
|celebrations =
|observances =
|relatedto =
}}
 
২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই]] পৰ্বত]] পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণী ঘটে।<ref name="খবৰ"> অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
==অসম দিৱসৰ উৎপত্তি==
[[Image:chaolungsukapha.jpg|thumb|right|200px|শিল্পীৰ তুলিকাত চাওলুং চ্যুকাফা]]
১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ভীমকান্ত বুঢ়াগোঁহাই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোঁহাইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্বোধক আছিল [[অসম সাহিত্য সভা]]ৰ সভাপতি [[মহেন্দ্ৰ বৰা]]। নিৰ্দিষ্ট বক্তা আছিল ড° [[নগেন শইকীয়া]] আৰু সভাখনৰ সভাপতি আছিল ড° [[লীলা গগৈ]]। বক্তৃতা প্ৰসংগত ড° লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবি জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।
 
১৯৮১ চনত [[শিৱসাগৰ জিলা]]ৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনাই।
১৯৮৭ চনত ড° লীলা গগৈ, [[পদ্ম বৰকটকী]] আৰু ড° [[ধ্ৰুৱজ্যোতি বৰা]]ই ১ মাৰ্চৰ ‘আজিৰ সময়’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়াই। সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী [[প্ৰফুল্ল কুমাৰ মহন্ত]]ই চ্যুকাফা দিৱসক ‘‘‘অসম দিৱস’’’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।<ref>অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া name="খবৰ, ২ ডিচেম্বৰ, ২০১১<"/ref>
 
==চ্যুকাফাৰ আদৰ্শ==
চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ [[চুকাফা|চাওলুং চ্যুকাফা]]ই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০ টা ঘোঁৰা লগত লৈ [[ব্ৰহ্মপুত্ৰ উপত্যাকা]]লৈ যাত্ৰা কৰে<ref name="খবৰ ২">অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref> আৰু প্ৰায় ১৩ বছৰ [[পাটকাই]]ৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল।<ref>অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া name="খবৰ, ডিচেম্বৰ, ২০১১<"/ref>
[[Image:chaolungsukapha.jpg|thumb|right|200px|শিল্পীৰ তুলিকাত চাওলুং চ্যুকাফা]]
চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ [[চুকাফা|চাওলুং চ্যুকাফা]]ই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০ টা ঘোঁৰা লগত লৈ [[ব্ৰহ্মপুত্ৰ উপত্যাকা]]লৈ যাত্ৰা কৰে<ref>অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref> আৰু প্ৰায় ১৩ বছৰ [[পাটকাই]]ৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল।<ref>অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
== তথ্য সংগ্ৰহ==
== তথ্যসূত্ৰ ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে