ক্ৰণচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
13 নং শাৰী:
}}
গ্রীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে '''ক্ৰণচ''' (''Cronus'') বা (''Kronos'') <ref>[[Andrew Lang]] habitually called him ''Cronos'', a form neither Greek nor Latin, as Robert Brown observed in ''Semitic Influence in Hellenic Mythology'', 1898:112-13.</ref> ({{lang-grc|Κρόνος}} ''Kronos''), [[টাইটান]]সকলৰ প্রথম পুৰুষৰ সৰ্বকণিষ্ঠ আৰু নেতা আছিল। টাইটান সমূহ [[গেইয়া]] (পৃথিৱী) আৰু [[ইউৰেনাচ]] (আকাশ) -অৰ দৈৱিক বংশধৰ আছিল। তেওঁ নিজৰ পিতৃক সিংহাসনচ্যুত কৰে আৰু পাচত তেওঁৰেই সন্তান [[জ্যুচ]]-এ তেওঁক সিংহাসনচ্যুত কৰি [[টাৰটাৰাচ]]ত বন্দী কৰি থয়।
 
{{পোখালি}}
 
== তথ্যসূত্র ==
"https://as.wikipedia.org/wiki/ক্ৰণচ"ৰ পৰা অনা হৈছে