শিৱসাগৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

143 নং শাৰী:
| caption4 = মৈদাম
| image5=Namdang stone bridge.JPG
| caption5=[[নামদাঙৰ শিলৰ সাকোঁসাঁকো]]

# '''[[কাৰেংঘৰ]] বা (তলাতল ঘৰ)'''
শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত অৱস্থিত। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই (১৭৫১- ৬৯ খৃষ্টাব্দ) নিৰ্মাণ কৰিছিল। ৰাজপৰিয়ালৰ বাসগৃহ তথা ৰাজসভা আছিল। কাৰেংঘৰ সাতমহলীয়াকৈ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ তিনিটা মহল ভূমিগত আছিল বাবেই তলাতল ঘৰ নাম পায়। ইয়াৰ পৰা গড়গাঁওৰ কাৰেং আৰু দিখৌঘাটলৈ গোপন সুৰঙ্গ পথ আছিল, যি পথ পাছলৈ বৃটিছে বন্ধ কৰি দিয়ে।
153 নং শাৰী:
# '''[[গৌৰীসাগৰ পুখুৰী আৰু গৌৰীদৌল]]'''
বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত অৱস্থিত।
# '''[[চৰাইদেউৰ মৈদাম]]''' বা [[চৰাইদেও]]
সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
# '''[[নামদাঙৰ শিলৰ সাকোঁসাঁকো]]'''
নামদাং নদীৰ ওপৰত গোটা শিলেৰে নিৰ্মিত সাকো। ১৭০৩ চনত ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই সাকোৰ ওপৰৰে পাৰ হৈ গৈছে।
# '''[[আজানপীৰৰ দৰগাহ]]'''
শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
# '''[[টাই সংগ্ৰহালয়]]''' শিৱসাগৰ পুখুৰীৰ পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে।