মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অ Image and interwiki added |
No edit summary |
||
27 নং শাৰী:
}}
'''মদন কামদেৱ দেৱালয়''' <ref>{{cite journal | title=শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয় | author= | journal=আজিৰ অসম | year=১৯৯৩ | month=২৪ মাৰ্চ | pages=বুধবৰীয়া পৰিপূৰিকা পৃঃ খ}}</ref> <ref>{{cite web | url=http://kamrup.nic.in/placefr.htm | title=Places of Interest | publisher=Kamrup District Authority | accessdate=December 29, 2011}}</ref>হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[বাইহাটা চাৰিআলি]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। মদন কামদেৱক অসমৰ [[খাজুৰাহো]]<ref>{{cite web | url=http://peperonity.com/go/sites/mview/photo.subha/23379138 | title=Khajuraho of Assam | publisher=peperonity.com | accessdate=December 29, 2011}}</ref> আখ্যা দিয়া হৈছে। নিৰিবিলি পৰিবেশ আৰু নৈসৰ্গিক শোভাৰ বাবে বনভোজপ্ৰেমীসকলকো মদন কামদেৱে আকৰ্ষণ কৰে। ডিচেম্বৰ আৰু জানুৱাৰী মাহত
==স্থাপত্য আৰু ভাস্কৰ্য==
[[File:Madan Kamdev Temple.jpg|thumb|300px|right|দেৱালয়খনৰ ভাস্কৰ্য]]
35 নং শাৰী:
দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই ভগৱান [[শিৱ]]ৰহে উপাসনাস্থলী। কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ'ল। কিন্তু এই মত সিমান বিশ্বাসযোগ্য নহয়। সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল।
==ইতিহাস==
নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল বংশৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল [[প্ৰাগজ্যোতিষপুৰ]]ত, অৰ্থাৎ বৰ্তমানৰ [[গুৱাহাটী]]ত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা [[পুষ্পভদ্ৰা তাম্ৰলিপি]]ত তেওঁৰ ৰাজধানী [[কামৰূপ]] নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন [[উত্তৰ গুৱাহাটী]]ত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ
==উপাসনা==
|