শৰীৰস্থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
9 নং শাৰী:
 
== পৃষ্ঠ শৰীৰস্থান ==
[[পৃষ্ঠ শৰীৰস্থান]] (surface anatomy/Superficial anatomy ) হ’ল শৰীৰৰ ভাঁজ বা পৃষ্ঠভাগত সহজে দেখা পোৱা আংগিক চিহ্নসমূহৰ অধ্যয়ন। পৃষ্ঠ শৰীৰস্থানৰ জ্ঞানেৰে [[চিকিৎসক]] বা [[পশু শল্য চিকিৎসক]]এ ভিতৰভাগত থকা গঠনসমূহৰ স্থান বা অৱস্থাৰ আভাস পাব পাৰে <ref name="intro HGray"/>। "পৃষ্ঠ" এটা দিশগত শব্দ যিটোৱে কোনো অঙ্গ আন অঙ্গতকৈ বাহিৰত বা শৰীৰৰ পৃষ্ঠাভাগৰ ওচৰত অৱস্থিত হোৱা বুজায়।<ref>{{cite book|last=Marieb|first=Elaine|title=Human Anatomy & Physiology|year=2010|publisher=Pearson Education, Inc.|location=San Francisco|page=12}}</ref>
 
== মানৱ শৰীৰস্থান ==
{{main|মানৱ শৰীৰস্থান}}
[[File:Structural.gif|thumb|150px|মূৰৰ পাৰা-ছেজাইটেল [[মেগনেটিক ৰিজ’নেন্স ইমেগিং|এম.আৰ.আই]] স্কেন]]
[[File:Chest.png|thumb|150px|মানুহৰ বুকুৰ এখন [[ৰঞ্জন ৰশ্মি|এক্স ৰে’]]]]
[[File:Heart-and-lungs.jpg|thumb|150px|মানুহৰ হৃদপিণ্ড আৰু হাওঁফাওঁ (“[[গ্ৰে’ইজ এনাটমী]]'' পুৰণি সংস্কৰণৰ পৰা)]]
 
সম্যক মানৱ শৰীৰস্থান আৰু কলাবিদ্যাকে ধৰি মানৱ শৰীৰস্থান হৈছে প্ৰাপ্তবয়স্ক মানৱ শৰীৰৰ গঠনৰ বৈজ্ঞানিক অধ্যয়ন।<ref name="intro HGray" />
"https://as.wikipedia.org/wiki/শৰীৰস্থান"ৰ পৰা অনা হৈছে