অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

/* খ্ৰাম লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, প...
The file Image:Bamboo_Xutuli.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No permission since 27 July 2012''. ''Translate me!''
33 নং শাৰী:
==সুতুলি==
{{Main|সুতুলি}}
 
[[File:Bamboo Xutuli.jpg|thumb|200px|বাঁহৰ সুতুলী]]
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগিত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনে বিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দ্বৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত – সুন ( xun) বুলি কোৱা হৈছিল।