ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Commons image added
63 নং শাৰী:
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি ।
 
ডিম্বেশ্বৰ নেওগ দেৱে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল | তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথিসমুহ হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি | তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি ।
 
== অনান্য কৰ্মৰাজি ==