ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

40 নং শাৰী:
 
== জন্ম==
ডিম্বেশ্বৰ নেওগৰ ({{lang-en|Dimbeswar Neog}}) জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ]] জিলাৰ কমাৰদফীয়া নামেৰে এখন গাঁওত হৈছিল।<ref name="ডিম্বেশ্বৰ নেওগ">http://dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works</ref>
 
==শিক্ষা আৰু কৰ্ম জীৱন==
নেওগদেৱ এজন মেধাৱী ছাত্ৰ আছিল | সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগদেৱক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয় | স্কুলীয়া জীৱনৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে | ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয় | ইয়াৰ দুবছৰৰ পাছতে তেওঁ বি এ পাছ কৰে | ইয়াৰ পাছত তেখেতে এখন বে-চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে |তাৰ পাছত তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে | ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে | তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে | চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে | অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধক্ষ্য হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে |
 
== সাহিত্য জগতত তেখেতৰ অৱদান ==