এইচ.আই.ভি/এইড্‌ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :ilo:HIV/AIDS
র -> ৰ
68 নং শাৰী:
==ৰোগবিতৰণ (Epidemiology)==
<!-- map from http://www.unaids.org/en/KnowledgeCentre/HIVData/GlobalReport/2008/2008_Global_report.asp -->
[[File:HIV time.png|thumb|300px| HIV-ৰ ৰোগী, HIV-ৰ সংক্রমণসংক্ৰমণ আৰু HIV ৰোগীৰ মৃত্যুৰ বিতৰণ]]
 
[[বিশ্ব স্বাস্থ্য সন্থা]]ৰ (World Health Organization) মতে HIV বিশ্বব্যাপী হোৱা সংক্রমণতসংক্ৰমণত <ref name=WHOPan2000>{{cite journal|last=Tarantola|first=D.|title=Reducing HIV/AIDS risk, impact and vulnerability|journal=Bull World Health Organ|year=2000|volume=vol.78|issue=no.2|doi=10.1590/S0042-96862000000200013|url=http://www.scielosp.org/scielo.php?pid=S0042-96862000000200013&script=sci_arttext|issn=0042-9686}}</ref>২০১০ ত প্রায়প্ৰায় ৩৪ নিযুত লোক আক্রান্তআক্ৰান্ত হৈছে ৷ <ref name=UN2011Ten>UNAIDS 2011 pg. 1-10</ref> ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ ।<ref name=UN2011Ten/> এইড্‌ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্রাসহ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ ।<ref name=UN2011Ten/>
পৃথিৱীৰ ভিতৰত আফ্রিকাতআফ্ৰিকাত এইড্‌ছ ৰোগীৰ সংখ্যা বেছি ৷ ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ৬৮% হৈছে আফ্রিকাৰআফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ ৷ <ref name=UN2011Thirty>UNAIDS 2011 pg. 20-30</ref>
এইড্‌ছ ৰোগীৰ ক্ষেত্রতক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্রান্তআক্ৰান্ত অঞ্চল ৷ ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্‌ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ ৷ <ref> UN2011 pg 40-50</ref>
 
[[অসম]]ত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্রথমপ্ৰথম HIV ৰোগ ধৰা পৰে ৷ তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্রায়প্ৰায় ১৪,২২৪ জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্রকাশপ্ৰকাশ ৷ <ref>http://www.assamsacs.org/introduction.htm</ref>
 
 
80 নং শাৰী:
{| class="wikitable"
|-
! !!HIV থকা লোক !! নতুনকৈ সংক্রমিতসংক্ৰমিত-২০০৯!!মৃত্যু-২০০৯!!
|-
| চাহাৰা উপঅঞ্চল,আফ্রিকাআফ্ৰিকা || ২২.৫ নিযুত|| ১.৮ নিযুত|| ১.৩ নিযুত
|-
| দক্ষিণ-পূব এচিয়া || ৪.১ নিযুত || ২৭০০০০০|| ২৬০০০০
98 নং শাৰী:
|কেৰেবিয়ান||২৪০০০০||১৭০০০||১২০০০
|-
|উ: আফ্রিকাআফ্ৰিকা||৪৬০০০০||৭৫০০০||২৪০০০
|-
|ওচেনিয়া||৫৭০০০||৪৫০০০||১৪০০