চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা
র -> ৰ
1 নং শাৰী:
{{আহোম ৰাজবংশ}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৪৯৭ খ্রীঃখ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্রীঃতখ্ৰীঃত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সর্বশ্রেষ্ঠসৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। [[হিন্দুধৰ্ম]]ৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বর্গনাৰায়ণ।স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্রেপত্ৰে স্বর্গদেৱস্বৰ্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল। <ref>সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্রৱন্ধপ্ৰৱন্ধ পেৰাগ্রাফপেৰাগ্ৰাফ ২; ৭০, ৭১ প্রপ্ৰ: পে: ৬) - ড. সূর্য্যকুমাৰসূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্রকাশনপ্ৰকাশন বিভাগৰদ্বাৰা প্রকাশিতপ্ৰকাশিত)</ref> <ref>অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্রপ্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্রপ্ৰ:পে: ৩) - ড° লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্রকাশিত।প্ৰকাশিত। পঞ্চম প্রকাশপ্ৰকাশ ১৯৮৭)</ref><ref>টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্রপ্ৰ:পে: ৪) - ড° লীলা গগৈ (১৯৮৫ চনত ডিব্রুগড়ৰডিব্ৰুগড়ৰ বনলতা প্রকাশনৰদ্বাৰাপ্ৰকাশনৰদ্বাৰা প্রকাশিত।প্ৰকাশিত। চতুর্থচতুৰ্থ সংস্কৰণ ১৯৯৪)</ref><ref>ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্রপ্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আর্যআৰ্য বিদ্যাপীঠ কলেজ), হৰি প্রসাদপ্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্রকাশিতপ্ৰকাশিত, মে' ১৯৮৬)</ref>
 
==শাসনকাল==
স্বর্গদেৱস্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমর্যদাৰেসমমৰ্যদাৰে বৰপাত্রগোঁহাইবৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্রমেযথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।{{citation needed}}
 
এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।{{citation needed}} ১৫৩২ চনত বংগৰ সেনাপতি [[তুর্বকতুৰ্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্রমণআক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্রাচেংমুংফ্ৰাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্রাচেংমুংফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্রগোঁহাইবৰপাত্ৰগোঁহাই]]ৰ হাতত তুর্বকতুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়া নদী]] দুই ৰাজ্যৰ সীমা হয়।
চুহুংমুংৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়া দ'ল, কৰতোয়া পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নির্মাণনিৰ্মাণ কৰা হয়।{{citation needed}}
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্রথমপ্ৰথম [[লোকপিয়ল]] আৰম্ভ কৰে।{{citation needed}}
 
==মৃত্যু==
১৪৯৭ খ্রীঃতখ্ৰীঃত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্রতষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্রাণপ্ৰাণ হেৰুৱায়।{{citation needed}}
 
==তথ্য সংগ্ৰহ==