দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27.251.40.153 (আলোচনা) সম্পাদিত 85581 সংশোধনটি বাতিল কৰক vandalism
র -> ৰ
77 নং শাৰী:
 
==নামৰ ইতিবৃত্ত==
প্রাচীনকালতপ্ৰাচীনকালত ভাৰতৰ [[উত্তৰ-পূব ভাৰত|উত্তৰ পূ্ব প্রান্তৰপ্ৰান্তৰ]] লৌহিত্যৰ উত্তৰ ফালে থকা প্রাকৃতিকপ্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক '''দৌৰঙ্গ''' বা '''দ্যোৰঙ্গ''' বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা বাখ্যা অনুসৰি ''''দ্যোৰ'''' শব্দৰ অর্থঅৰ্থ দেৱতাৰ আৰু ''''ৰঙ্গ''''ৰ অর্থঅৰ্থ আনন্দ বা সুখৰ ঠাই। কালক্রমতকালক্ৰমত এই ভূ-খণ্ডই দৰঙ্গ বা '''দৰং''' নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদুলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষন কৰে। প্রাচীনপ্ৰাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়ত আছিল। [[বানীকান্ত কাকতি| ড° বানীকান্ত কাকতি]]ৰ মতে দৰং শব্দতো অষ্ট্রিকঅষ্ট্ৰিক ভাষাৰ পৰা অহা।<ref>Assamese its Formation and Developement , Dr. Banikanta Kakati</ref> আন এজন ভাষাতাত্বিক গ্রিয়ার্ছনগ্ৰিয়াৰ্ছন চাহাবে তেওঁৰ গ্রন্থগ্ৰন্থ 'ডি লেংগুইষ্টিক চার্ভেচাৰ্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষন কৰিছে।<ref>মংগলদৈ নগৰৰ ইতিহাস, শ্রীশ্ৰী ধনপতি কলিতা</ref>
 
আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে। <ref>দুনী সাহিত্য সভাৰ মুখপত্ৰ, শ্ৰীমিশ্ৰ কুমাৰ শৰ্মা</ref>
84 নং শাৰী:
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত [[শোণিতপুৰ জিলা]] আৰু ২০০৪ চনত [[ওদালগুৰি জিলা]] পৃথক হয়<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref>।
 
'''দৰং জিলা''' এটা ঠেক সমভুমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা [[ব্ৰহ্মপুত্ৰ নদ]]ৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাবে। ১৬ শতিকাৰ আৰম্ভনিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং ৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্রীষ্টাব্দতখ্ৰীষ্টাব্দত আহোম স্বর্গদেউস্বৰ্গদেউ প্রতাপপ্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, '''ধর্মনাৰায়নধৰ্মনাৰায়ন''' নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে।<ref>অসম দেশৰ বুৰঞ্জী, ডঃ লক্ষ্মী দেৱী</ref> কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্রশাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ন '''কেপ্তেইন ৱেল্স''' আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়ীক প্রস্তাবপ্ৰস্তাব মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে প্পইয়াণ্ডাবু সন্ধি[[ৰ অবৈধ চর্তচৰ্ত প্রয়োগপ্ৰয়োগ কৰি আহোম ৰাজ্য গ্রাসগ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্রীঃৰখ্ৰীঃৰ মার্চমাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তর্ভুক্তঅন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্রধানপ্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ [[তেজপুৰ]] খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ ম জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
 
==ভৌগোলিক তথ্য==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে