শৰীৰতত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.7.2) (ৰবট যোগ দিছে :af, als, ar, ast, az, be, be-x-old, bg, bn, bs, ca, cs, cy, da, de, el, eo, es, et, eu, fa, fi, fr, fy, ga, gl, gv, he, hi, hr, hu, hy, ia, id, io, is, it, ja, jv, ka, kk, kn, ko, ku, ky, la, lt, lv, mk, mr, m... |
চমুকৈ শেষ |
||
1 নং শাৰী:
[[File:Da Vinci Vitruve Luc Viatour.jpg|right|thumb|[[ভিট্ৰুভিয়ান মেন]] হৈছে ১৪৮৭ চনত [[লিঅ'নাৰ্ড' দা ভিন্সি]]য়ে অংকন কৰা এখন পৃথিৱী বিখ্যাত চিত্ৰ। ইয়াক প্ৰায়েই শৰীৰতত্বৰ বিজ্ঞানৰ লগত যুক্ত কৰা হয়।]]
Line 8 ⟶ 7:
==মানৱ শৰীৰতত্ব==
{{Main|
মানৱ শৰীৰতত্ব হৈছে মানুহৰ শৰীৰৰ অঙ্গ আৰু সেয়া গঠন কৰা কোষবোৰৰ কাৰিকৰী, দৈহিক আৰু ৰাসয়নিক ক্ৰিয়াসমূহ অধ্যয়ন কৰা বিজ্ঞান।<ref name="UBC Physiology Department">{{cite web|url=http://www.cellphys.ubc.ca/undergrad.html |title=CellPhys Undergraduate Program |publisher=Cellphys.ubc.ca |date= |accessdate=2012-03-10}}</ref> শৰীৰতত্বত অঙ্গ-প্ৰতঙ্গৰ স্তৰ আৰু প্ৰণালীৰ ভিতৰৰ প্ৰণালীত গুৰুত্ব দিয়া হয়। মানৱ শৰীৰতত্বৰ জ্ঞানৰ ভেটিটোৰ বেছিভাগেই জন্তুৰ ওপৰত কৰা পৰীক্ষাৰ পৰা লাভ কৰা। শৰীৰতত্বৰ [[শৰীৰস্থান]]ৰ লগত নিকট সম্পৰ্ক আছে; শৰীৰস্থানত গঠনৰ বিষয়ে অধ্যয়ন কৰা হয়, আনহাতে শৰীৰতত্বত ক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। সততে থকা সংযোগৰ বাবে শৰীৰতত্ব, শৰীৰস্থান আৰু [[জৈৱ ৰসায়ন]]ক [[চিকিৎসা বিজ্ঞান]]ৰ প্ৰাথমিক বিষয় হিচাপে গ্ৰহণ কৰা হয়।
==ইতিহাস==
মানৱ শৰীৰতত্বৰ অধ্যয়ন চিকিৎসা বিজ্ঞানৰ জনক [[হিপ'ক্ৰেটিছ]]ৰ দিনত খ্ৰীষ্টপূৰ্ব ৪২০ মানতে আৰম্ভ হৈছিল।<ref>{{cite web|url=http://www.scienceclarified.com/Ph-Py/Physiology.html|title=Physiology - History of physiology, Branches of physiology|publisher= www.Scienceclarified.com |date= |accessdate=2010-08-29}}</ref> [[প্ৰাচীন গ্ৰীছ]]ত [[এৰিষ্ট'টল]]ৰ সমালোচনাত্মক চিন্তা, আৰু গঠন আৰু কামৰ সম্বন্ধৰ ওপৰত প্ৰদান কৰা তেওঁৰ গুৰুত্বই শৰীৰতত্বৰ উন্মেষ ঘটাইছিল। [[গেলেন]] নামৰে জনাজাত ক্ল'ডিয়াছ গেলেনাছে (আনুমানিক ১২৬-১৯৯ খ্ৰীষ্টাব্দ) প্ৰথম দেহৰ কাৰ্যপ্ৰণালী জানিবলৈ পৰীক্ষা-নিৰীক্ষা চলাইছিল। গেলেন পৰীক্ষামূলক শৰীৰতত্ব প্ৰতিষ্ঠা কৰিছিল।<ref>{{Cite journal| first1 = C. | last1 = Fell | first2 = F. | last2 = Griffith Pearson| title = Thoracic Surgery Clinics: Historical Perspectives of Thoracic Anatomy| journal = Thorac Surg Clin | year = 2007 | month = November | volume = 17 | issue = 4 | pages = 443–8, v.| url = http://linkinghub.elsevier.com/retrieve/pii/S1547412706001034| doi=10.1016/j.thorsurg.2006.12.001}}</ref>
১৯শ শতিকাত শৰীৰতত্বৰ জ্ঞান খৰতকীয়া বেগেৰে বাঢ়িবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ১৮৩৮ চনত প্ৰকাশ হোৱা [[মেথিয়াছ জেক'ব স্লেইডেন]] আৰু ]]থিঅ'ড'ৰ স্বান]]ৰ [[কোষ তত্ব]]ই ইয়াত প্ৰভূত অৰিহণা যোগাইছিল। এই তত্বৰ মতে জীৱবোৰ "কোষ" নামৰ এককৰ সমষ্টিৰে গঠিত। [[ক্ল'ড বাৰ্নাৰ্ড]] ৰ(1১৮১৩-১৮৭৮) আৱিষ্কাৰসমূহৰ পিছত তেওঁ "[[মিলিউ ইণ্টেৰিয়'ৰ]]" (আভ্যন্তৰীণ পৰিৱেশ)ৰ ধাৰণা আগবঢ়ায় যিটোক পিছলৈ আমেৰিকান শৰীৰতত্ববিদ [[ৱাল্টাৰ কেনন]] (১৮৭১-১১৯৪৫)-এ [[হ'মিঅ'ষ্টেচিছ]]ৰ ধাৰণাত ব্যৱহাৰ কৰে।
বিংশ শতিকাত জীৱবিজ্ঞানীসকল মানুহৰ বাহিৰে আন জীৱৰ কাৰ্যপ্ৰণালীৰ ওপৰত আগ্ৰহী হৈ পৰে যাৰ ফলত [[তুলনামূলক শৰীৰতত্ব]] আৰু [[:en:ecophysiology|ইক'শৰীৰতত্ব]]ৰ সূত্ৰপাত ঘটে।<ref>{{Cite book| last=Feder | first=Martin E.| title = New directions in ecological physiolog | year = 1987 | publisher = Cambridge Univ. Press | location = New York | isbn = 978-0-521-34938-3}}</ref> এই ক্ষেত্ৰসমূহত অৱদান আগবঢ়োৱাসকলৰ ভিতৰত [[:en:Knut Schmidt-Nielsen|নাট স্মিট্-নিয়েলচন]] আৰু [[:en:George Bartholomew (biologist)|জৰ্জ বাৰ্থ'ল'মিউ]] উল্লেখযোগ্য। শেহতীয়াভাৱে [[ক্ৰমবিকাশ শৰীৰতত্ব]] এটা মুখ্য উপবিষয় হৈ পৰিছে।<ref>{{Cite journal| first1 = Theodore | last1 = Garland, Jr | author1-link=Theodore Garland, Jr. | last2 = Carter | first2 = P. A.| title = Evolutionary physiology | journal = Annual Review of Physiology | year = 1994 | issue = 56 | pages = 579–621| url = http://www.biology.ucr.edu/people/faculty/Garland/GarlCa94.pdf | doi = 10.1146/annurev.ph.56.030194.003051 | volume = 56 | pmid=8010752}}</ref>
সংহতিমূলক শৰীৰতত্বৰ ভিত্তি হৈছে মানৱ দেহৰ প্ৰণালীসমূহৰ কাৰ্যাৱলীৰ নিৰ্দিষ্ট বা উপৰাউপৰি ৰূপ। ৰাসায়নিক বা বৈদ্যুতিক সংকেতেৰে হোৱা যোগাযোগৰ জৰিয়তে এনে কাৰ্য সম্পাদন হয়। অন্তঃস্ৰাৱী তন্ত্ৰ আৰু স্নায়ুতন্ত্ৰই এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে।
==অতিৰিক্ত তথ্য==
* [[:en:Applied physiology|প্ৰায়োগিক শৰীৰতত্ব]]
* [[:en:Defense physiology|প্ৰতিৰক্ষা শৰীৰতত্ব]]
* [[:en:Exercise physiology|ব্যায়াম শৰীৰতত্ব]]
* [[:en:Physiome|ফিজিঅ'ম]]
==তথ্যসূত্ৰ==
Line 55 ⟶ 29:
==বহিঃ সংযোগ==
* [http://www.physoc.org/ The Physiological Society]
* [http://www.physiologyinfo.org/ physiologyINFO.org] public information site sponsored by The American Physiological Society
|