হেকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
সম্পাদনা সাঁচ আতৰ কৰ হ’ল
1 নং শাৰী:
{{cleanup}}
{{underconstruction}}
'''হেকাৰ''' ({{Lang-en|Hacker}}) হৈছে এনে এজন ব্যক্তি যাৰ সাধাৰণতঃ [[কম্পিউটাৰ]]ৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু সেই জ্ঞান ধ্বংসাত্মক বা প্ৰয়োগাত্মক কাৰ্য্যত ব্যৱহাৰ কৰে। যেনে, [[কম্পিটাৰ নেটৱৰ্ক]] এটা বা কোনো [[চফ্টৱেৰ]]ৰ এটাৰ দুৰ্বলতা বিচাৰি উলিয়াই সেইবোৰক আঁতৰাবলৈ, বিনা অনুমতিত ব্যৱহাৰ কৰিবলৈ, শিকিবলৈ আদি বিভিন্ন কাৰণত। এনে কাৰ্য্যক''হেকিং'' ({{Lang-en|Hacking}}) বোলা হয়। তদুপৰি হেকাৰ শব্দই কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কৰ বিশদ অভিজ্ঞসম্পন্ন বক্তিকো বুজায়।<ref name="rfc">{{cite web | url=http://tools.ietf.org/html/rfc1983 | title=Request for Comments: 1983 | publisher=Network Working Group | date=August 1996 | accessdate=May 30, 2012}}</ref> সহজ ভাষাত হেকাৰ বুলিলে আমি কম্পিউটাৰ অপৰাধী বুলি জ্ঞান কৰোঁ। বৰ্তমান হেকাৰ বুলিলে যিকোনো কম্পিউটাৰৰ বিনা অনুমতিত ভিতৰত প্ৰৱেশ কৰা ফাইলৰ ক্ষতি সাধন কৰা, হেকিং ছফ্টৱেৰ স্থাপন কৰা, গোপনীয় ফাইল চুৰি কৰা, [[কম্পিউটাৰ ভাইৰাছ|ভাইৰাছ]] স্থাপন কৰা আদি ব্যক্তিক বুজোৱা হয়। আইনমতে হেকাৰ সকলক অপৰাধী বুলি গণ্য কৰা হয়। বিবদমান অৰ্থত আনৰ কম্পিউটাৰৰ ভিতৰত সোমোৱা আৰু বেলেগ নেটৱকত প্ৰৱেশ কৰা বক্তিসকলক '''ক্ৰেকাৰ''' (cracker) বুলি কোৱা হয়, হেকাৰ নহয়।<ref>{{cite web |url=http://catb.org/jargon/html/C/cracker.html |title=Jargon File: Cracker |first=Eric |last=S. Raymond |accessdate=2010-05-08 |quote=Coined ca. 1985 by hackers in defense against journalistic misuse of hacker }}</ref>
 
==শ্ৰেণীবিভাজন==
হেকাৰসকলক তলত দিয়া ধৰণে শ্ৰেণীবিভাজিত কৰিব পৰা যায়:
37 নং শাৰী:
হেকাৰ সকলে কোনো এটা কম্পিউটাৰ হেক কৰাৰ আগতে সেই কম্পিউটাৰটোৰ সম্বন্ধে যথেষ্ট তথ সংগ্ৰহ কৰিব লাগে। যেনে-নেটৱৰ্ক ব্যৱস্থা প্ৰণালী, হুইচ, আক্ৰমনৰ কম্পিউটাৰৰ নেটৱৰ্ক সামগ্ৰী সমূহ তাত থকা নানান হষ্টবোৰ ইতাদি। আৰু [[গুগল]] যিটো হেকিংৰ বাবে অতি লাগতিয়াল। স্কেনিং হেকাৰ সকলে নেটৱক বৱস্থাটোক পৰীক্ষা কৰি চায় কেনধৰণৰ যন্ত্ৰ পাতি আছে, স্কেনিং ৰ বাবে হেকাৰ সকলে নানান ৱেৱ ছাইটৰ সহায় লয়। স্কেনিংত সহায় হবৰ কাৰণে হেকাৰ সকলে কিছুমান ছফ্টৱেৰৰ সহায় লয় যেনে- ৱাৰ ডায়েলাৰ, পট স্কেনাৰ,নেটৱক স্কেনাৰ, ভালনাৰেৱিলিটি স্কেনাৰ।
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
{{reflist}}
 
"https://as.wikipedia.org/wiki/হেকাৰ"ৰ পৰা অনা হৈছে