প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অ added Category:কম্পিউটাৰ হাৰ্ডৱেৰ using HotCat |
No edit summary |
||
2 নং শাৰী:
[[File:Canon ir2270.jpg|thumb|স্কেন, ফ'টোকপি আৰু প্ৰিন্ট কৰিব পৰা সুবিধাৰে এটা আধুনিক প্ৰিন্টাৰ]]
'''প্ৰিন্টাৰ''' হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত [[ডেটা]] যেনে নথি
'''প্ৰিন্টাৰ''' সমূহ সাধাৰণতে ধীৰ গতিযুক্ত সযুলি, প্ৰতি মিনিটত ৩০ খন পৃষ্ঠা প্ৰিন্ট কৰিব পৰা ক্ষমতাটোক আটাইতকৈ দ্ৰুত বুলি কোৱা হয় যদিও বহু কম মুল্যৰ প্ৰিন্টাৰ সেইটো ক্ষমতা পাবলৈ সক্ষম নহয়। তথাপিও প্ৰিন্টাৰৰ গুনাগুন আৰু কাৰ্য্যপ্ৰক্ৰিয়া বৃদ্ধি ঘটাৰ ফলত ইয়াক আজিকালি প্ৰায় ঘৰে ঘৰে ব্যৱহাৰ কৰা দেখা যায়, অৰ্থাৎ আগতে ডিটিপি চেন্টাৰ আদিত বৃত্তিগত মানুহৰ দ্বাৰা কৰিবলগীয়া কাম বিলাক আজিকালি মানুহে প্ৰিন্টাৰৰ সহায়ত ঘৰতে নিজেই কৰি লব পৰা হৈছে।
পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিন্টাৰ উনবিংশ শতিকাত ছাৰ্লচ বেবেজে সাজি উলিয়ায়। প্রিন্টাৰৰ অনুকৰণ কৰিব পৰা [[চফ্টৱেৰ|চফ্টৱেৰো]] আছে, যাক সাধাৰণতে প্রিন্ট কৰিবলগীয়া ডেটাসমূহ প্রিন্টাৰলৈ চিধা নপঠাই [[ফাইল চিষ্টেম (কম্পিউটাৰ)|PDF (Portable Document Format)]], [[ফাইল চিষ্টেম (কম্পিউটাৰ)|প'ষ্টস্ক্ৰিপ্ত (PS)]] আদি বিভিন্ন ৰূপত পাচত স্ক্রীনত পঢ়িবলৈ বা যিকোনো প্রিন্টাৰতে প্রিন্ট কৰিবলৈ সুবিধা হোৱাকৈ সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
[[শ্ৰেণী:কম্পিউটাৰ হাৰ্ডৱেৰ]]
|