অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

95 নং শাৰী:
 
==নাগাৰা==
[[চিত্ৰ:নাগাৰা .jpeg|thumb|right|নাগাৰা]]
[[চিত্ৰ:নাগাৰা .jpeg|thumb|left|নাগাৰা]]
নাম-প্ৰসঙ্গত ব্যৱহাৰ কৰা এবিধ বাদ্য। নাগাৰা কাঠেৰে তৈয়াৰ কৰা হয়। মুখ অংশত জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। দুডাল বাঁহৰ মাৰিৰে নেগেৰা বাদকে খোল, তাৰ লগত সংগতি ৰাখি বজোৱা হয়।
নাগাৰা এবিধ বাদ্য। নাম-প্ৰসঙ্গ, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।
 
==তথ্যসূত্ৰ==