অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

75 নং শাৰী:
 
==খোল==
'''খোল''' বাদ্যযন্ত্ৰক [[মৃদঙ্গ]]ৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা [[ভাৰত]]ৰ বিভিন্ন ঠাইত [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ [[অসম]], [[বঙ্গ]], [[মণিপুৰ]] (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু [[উৰিষ্যা]]ত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক '''শ্ৰীখোল''' বোলে।
{{Empty section}}
 
[[অসম]]ত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ]]ৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে [[অসম]]ত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে । [[বৰগীত]] আৰু [[সত্ৰীয়া নৃত্য]]ৰ বাবে খোল হৈছে এক অপৰিহাৰ্য্য তাল বাদ্য । [[অসম]]ৰ খোল বাদন বিশ্বত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰোঁতা স্বৰ্গীয় [[মণিৰাম দত্ত বায়ন মুক্তিয়াৰ]] আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰী[[ৰসেশ্বৰ শইকীয়া বায়ন]]ৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
 
==ডবা==