অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

77 নং শাৰী:
 
==খোল==
{{Main|খোল}}
'''খোল''' বাদ্যযন্ত্ৰক [[মৃদঙ্গ]]ৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা [[ভাৰত]]ৰ বিভিন্ন ঠাইত [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ [[অসম]], [[বঙ্গ]], [[মণিপুৰ]] (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু [[উৰিষ্যা]]ত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক '''শ্ৰীখোল''' বোলে।