অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

65 নং শাৰী:
:মূৰজ বা মৰ্দল নামেৰেও পৰিচিত আৰু প্ৰধানত: কাঠেৰে নিৰ্মিত ৫০ চেণ্টমিটাৰৰ পৰা ৭০ চেণ্টিমিটাৰমান দীঘল মাদলৰ দুয়োটা মূৰৰ ব্যাস সমান নহয়;সোঁফালৰ মূৰটোৰ ব্যাস ৩০ চেণ্টিমিটাৰৰ পৰা ৪০ চেন্টিমিটাৰ আৰু বাওঁফালৰ মূৰটোৰ ব্যাস ২০ চেণ্টিমিটাৰৰ পৰা ৩০চেণ্টিমিটাৰমান হ'ব।দুয়োফালৰ মূখ দুখনত ছামৰাৰ তালি বা ছাউনি দি বৰটিৰ সহায়ত টানকৈ বন্ধা হয়।মাদল সাধাৰণতে বান্দৰৰ ছালেৰে চোওৱা হয় বুলি উল্লেখ পোৱা যায়।এসময়ত পোৰা মাটিৰে তৈয়াৰী মাদলৰো প্ৰচলন আছিল যদিও বৰ্তমান বিভিন্ন কাৰণৰ নিমিত্তে কাঠেৰে নিৰ্মিত মাদলৰ ব্যৱহাৰেই অধিক হোৱা দেখা যায়।মাদলৰ দুই মূখৰ ছানৰা দুখনত খোল, মৃদংগ আৰু আউনীআটী সত্ৰত প্ৰচলিত ঢোলকৰ নিচিনাকৈ চিঞাহী বা ঘুণ বা ঘুৰ্ণৰ(লোৰ গুড়িৰ সৈতে চিৰা বা ভাতৰ আঠাৰ মিশ্ৰণ) এক বৃত্তাকাৰ লেপন দিয়া হয়।মাদলতো কাটনি ছাল, মাজৰ তালি, মলুৱা আদি থাকে।খোলত ৰূপহী থকাৰ দৰে মাদলৰ খোলটোতো বৰটি মেৰিয়াই থোৱা থাকে।অৱশ্যে, মাদলত দিয়া ঘুণৰ ব্যাস খোল, মৃদংগ আদিৰ ঘুণৰ ব্যাসতকৈ ডাঙৰ।
 
==বিহুতাল<ref name="সাদিন"/>==
{{Main|বিহুতাল}}
:বিহুতাল পাতিতালতকৈ কিছু সৰু কাৰণেই ইয়াক সৰু পাতিতাল বুলিও কোৱা হয়।এই তালৰ বাতি বা বেটু চেপেটা ধৰণৰ পাতিতালৰ বাটিতকৈ অলপ ডাঙৰ, পিচে পাতৰ অংশটি পাতিতালৰ পাততকৈ ঠেক।এইবিধ তাল বিহুগীত, বিহুনাচ, বিহুঢোল আদি পৰিৱেশন কৰোতে সংগত কৰা হয়।তদুপৰি, ঢুলীয়া ওজাই ঢোল বাওঁতেও তালীয়াজনে বিহুতালকে বজায়।মূলত: বিহুগীত বা নাচ আৰু ওজাৰ সৈতে বিশেষভাবে ব্যৱহৃত হোৱাৰ কাৰণেই এই প্ৰকাৰৰ তালক বিহুতাল বা ওজাতাল বুলি কোৱা হয়।হয়<ref name="সাদিন"/>।
 
==টোকাৰী==