নীল আৰ্মষ্ট্ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
'''নীল এল্‌ডে'ন আৰ্মষ্ট্ৰং''', (৫ আগষ্ট ১৯৩০ - ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী(নাচা এষ্ট্রনাট কৰ্প্‌চ) , টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ [[এপ'ল' ১১|চন্দ্রত খোজ কঢ়া প্রথম মানৱ]] আছিল। মহাকাশচাৰী হোৱাৰ আগেয়ে তেওঁ [[আমেৰিকা যুক্টৰাষ্ট্ৰ]]ৰ নৌ বাহিনীত অফিচাৰ আছিল। এই পদতে তেওঁ [[কোৰীয়াৰ যুদ্ধ]]তো অংশগ্রহণ কৰিছিল। যুদ্ধৰ পাচত তেওঁ টেষ্ট পাইলট হিচাবে আমেৰিকাৰ নেশ্যনেল এডভাইজৰী কমিটি ফৰ এৰ'নটিক্‌চ-অৰ হাই স্পীড ফ্লাইট ষ্টেশ্যন (বৰ্তমান ড্রাইডেন ফ্লাইট ৰিচাৰ্চ চেন্টাৰ)-অত কাম কৰে আৰু ৯০০ তকৈও অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰে। তেওঁ [[পাৰডিউ বিশ্ববিদ্যালয়|পাৰডিউ বিশ্ববিদ্যালয়ৰপৰা (Purdue University)]] স্নাতক আৰু [[চাউথ কেলিফৰ্ণীয়া বিশ্ববিদ্যালয়]]ৰপৰা স্নাতকোত্তৰ ডিগ্রী অৰ্জন কৰিছিল।
 
১৯৬২ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা]]ৰ ([[:en:United States Air Force|U.S. Air Force]]) 'অচিৰেই মহাকাশত মানৱ' ([[:en:Man In Space Soonest|Man In Space Soonest]]) আৰু ([[:en:Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]]) -অৰ 'মানৱ মহাকাশ উৰণ' ([[:en:human spaceflight|human spaceflight]]) প্রকল্পৰ অধীনত আৰ্মষ্ট্ৰঙে 'নাচা মহাকাশচাৰী গোট'ত ([[:en:NASA Astronaut Corps]]) যোগদান কৰে।
 
A participant in the [[United States Air Force|U.S. Air Force]]'s [[Man In Space Soonest]] and [[Boeing X-20 Dyna-Soar|X-20 Dyna-Soar]] [[human spaceflight]] programs, Armstrong joined the [[NASA Astronaut Corps]] in 1962. His first spaceflight was the NASA ''[[Gemini 8]]'' mission in 1966, for which he was the command pilot, becoming one of the first U.S. civilians in space. On this mission, he performed the first manned [[Spacecraft docking and berthing mechanisms |docking]] of two [[spacecraft]] with pilot [[David Scott]].
 
Armstrong's second and last spaceflight was as mission commander of the ''[[Apollo 11]]'' [[moon landing]] in July 1969. On this mission, Armstrong and [[Buzz Aldrin]] descended to the lunar surface and spent 2½ hours exploring, while [[Michael Collins (astronaut)|Michael Collins]] remained in orbit in the Command Module. Armstrong was awarded the [[Presidential Medal of Freedom]] by [[President of the United States|President]] [[Richard Nixon]] along with Collins and Aldrin, the [[Congressional Space Medal of Honor]] by President [[Jimmy Carter]] in 1978, and the [[Congressional Gold Medal]] in 2009.