বাঁহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
 
==নিৰ্মাণ প্রণালী==
 
==বাঁহী বাদনৰ নিয়ম আৰু কৌশল ==
Tone Hole বা মূৰৰ ফুটাটোত ফুঁ দি বাঁহী বাদন কৰা হয়। বাকী ছটা ফুটাত আঙুলিৰে বুলাই বাঁহীৰ বিভিন্ন স্বৰ উলিয়াব পাৰি। বাঁহী মুখৰ পৰা একাষৰীয়াকৈ ধাৰণ কৰা হয়। অৱশ্যে ওপৰত উল্লেখ কৰা দ্বিতীয়বিধ বাঁহী পোনকৈ অৰ্থাৎ মুখৰ পৰা উলম্ব ভাবে ধৰি বজোৱা হয়।
 
==সম্পৰ্কীয় গ্ৰন্থপঞ্জী==
* অসমৰ বাদ্যযন্ত্ৰ – শ্ৰীধৰ্মেশ্বৰ দুৱৰা – বাণী মন্দিৰ
* বাদ্য অভিজ্ঞান – ড: দেৱজিৎ শইকীয়াৰ-অসম নাম সমাৰোহ উদযাপন সমিতি – আউনিআটি সত্ৰ
* বিহুৰে বিৰিণা পাত – জয়কান্ত গন্ধীয়া/ নোমল গগৈ – পৃথিবীৰাজ মেডিয়া
 
==তথ্য সূত্ৰ==
"https://as.wikipedia.org/wiki/বাঁহী"ৰ পৰা অনা হৈছে