ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) removed Category:জীৱনী; added Category:অসম সাহিত্য সভাৰ সভাপতি using HotCat |
No edit summary |
||
1 নং শাৰী:
{{Wikify}}
{{Infobox writer <!-- for more information see [[:Template:Infobox writer/doc]] -->
[[অসমীয়া]] সাহিত্যৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয় কবি [[ৰত্নকান্ত বৰকাকতী]] ৷ তেওঁক ''শেৱালী কবি'' উপনামেৰে জনা যায় ৷ নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে ৷ শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত ৷ সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ ৷ বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাহি উঠা দেখা যায় ৷ কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই ৷ সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস ৷ তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায় ৷ তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে ৷ বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্ট হৈছে শ্বাসাঘাত ৷ তেওঁৰ কোনো কোনো কবিতাত [[ৰবীন্দ্ৰনাথ]]ৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই ৷ ''বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল'' আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা ৷ ▼
|image =
|imagesize =
| name = ৰত্নকান্ত বৰকাকতী
| caption =
| pseudonym =
| birth_date = {{birth date|df=yes|1897|06|20}}
| birth_place = ঢিঙ,[[নগাঁও জিলা]], [[অসম]]
| death_date =১৯৬৩ চন
| death_place =
| occupation = [[সাহিত্যিক]], কবি
| nationality = [[ভাৰত|ভাৰতীয়]]
| period =
| genre = [[অসমীয়া সাহিত্য]]
| subject = <!--Plight of the dispossessed (needs link. this editor couldn't quite find one easily at december 21, 2009 in [[India]] and abroad-->
| movement =
|notableworks = -''শেৱালি(কবিতা পুথি)''<br> -''তৰ্পণ (কবিতা পুথি)''
| influences =
| influenced =
|spouse =
| signature =
| website =
}}
▲'''ৰত্নকান্ত বৰকাকতী''' (জন্ম:১৮৯৭- মৃত্যু:১৯৬৩) হৈছে [[অসমীয়া]] সাহিত্যৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয়
==জন্ম==
==শিক্ষা==
[[ঢিং প্ৰাইমাৰী স্কুল]](১৯০৩-১৯০৫), [[নগাঁও চৰকাৰী হাইস্কুল]]ৰ পৰা [[মেট্ৰিকুলেচন]](১৯১৫), [[কটন কলেজ]], [[কলিকতাত]]ৰ [[ৰিপন কলেজ]], [[হুগলী কলেজ]],[[ সংস্কৃত কলেজ]], ঘৰুৱা অসুবিধাৰ বাবে আধৰুৱা কলেজীয়া শিক্ষা ৷
==কৰ্মজীৱন==
[[নলবাৰী হাইস্কুল]]ৰ শিক্ষক(১৯১৮), [[ঢিং]] মৌজাৰ এক্টিং মৌজাদাৰ(১৯২৪-১৯২৭), কৃষি কাৰ্য(১৯২৮-৩৩), মৌজাদাৰ(১৯৩৩) ৷
Line 17 ⟶ 43:
==স্বীকৃতি আৰু সন্মান==
১৯৬৩ চনৰ নাজিৰা অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি ৷
== মৃত্যু==
১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।
*সঞ্চয়ন(ড০ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৯)
*অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত(ড০ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩১৮)
|