৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
The file Image:NS_03.jpg has been removed, as it has been deleted by commons:User:Fastily: ''Per commons:Commons:Deletion requests/Files uploaded by PhotonSpeed''. ''Translate me!''
22 নং শাৰী:
 
== পথ ==
 
[[File:NS 03.jpg|thumb|300px|left|৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক দৃশ্য, আজাৰা, গুৱাহাটীৰ, অসম]]
 
[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ৰপৰা [[৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ]] নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই [[গোৱালপাৰা]]ত [[ব্ৰহ্মপুত্ৰ|ব্ৰহ্মপুত্ৰ নদী]] পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বৃস্তিত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো [[গুৱাহাটী]] (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[শ্বিলং]]লৈ গৈছে), [[নগাঁও]] (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[ডিমাপুৰ]]লৈ গৈছে), [[যোৰহাট]], [[শিৱসাগৰ]], [[ডিব্ৰুগড়]] আৰু [[তিনিচুকীয়া]] মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও [[অসম]]ৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ মাজেদি পাৰ হৈ গৈছে।