প্ৰচলিত মুদ্ৰা (চলাৰ্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :arz:عمله পৰিবৰ্তন কৰিছে: rue:Міна
r2.7.3) (ৰবট যোগ দিছে :te:ద్రవ్యం; cosmetic changes
2 নং শাৰী:
 
[[অৰ্থনীতি]]ত '''প্ৰচলিত মুদ্ৰা'''ই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু [[টকা|কাগজৰ টকাই]] ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ [[বেংক]] জমা (কেতিয়াবা জমা অৰ্থমুদ্ৰা বোলা হয়)ৰে গঠিত হয়, যাৰ মালিকানা ধনাদেশ (চেক), ডেবিট কাৰ্ড, বা অৰ্থমুদ্ৰা হস্তান্তৰৰ অন্য মাধ্যমেৰে হস্তান্তৰ কৰিব পাৰি। জমা অৰ্থমুদ্ৰা আৰু প্ৰচলিত মুদ্ৰা দুয়োটাই আদায়ৰ উপায় হিচাপে গ্ৰহণযোগ্য হোৱা হেতুকে ইহঁতক অৰ্থমুদ্ৰা বুলি গণ্য কৰা হয়।
[[Fileচিত্ৰ:2002 currency exchange AIGA euro money.png|thumb|মুদ্ৰা বিনিময়ৰ প্ৰতীক]]
 
প্ৰচলিত মুদ্ৰা ৰূপে অৰ্থমুদ্ৰাই মানৱ সভ্যতাত প্ৰায় ১০,০০০ BCEৰ পৰাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে, নিহিত মূল্যৰ মোহৰ (সোণ বা ৰূপ)য়েই মান আছিল। প্ৰায় সকলো আধুনিক অৰ্থমূদ্ৰাতন্ত্ৰই ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা (''fiat money'')ৰ ওপৰত ভিত্তিশীল - চৰকাৰী আজ্ঞা (ৰাজ-আজ্ঞা)ৰ বলতে আধুনিক প্ৰচলিত মুদ্ৰাই মূল্য লাভ কৰে। সাধাৰণতে, চৰকাৰে 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ঘোষণা কৰে (নিদৰ্শন স্বৰূপে, কেন্দ্ৰীয় বেংকে উলিয়াই দিয়া কাগজী মুদ্ৰা আৰু মোহৰ/মুদ্ৰা)। ফলস্বৰূপে, 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক ৰাজহুৱা বা ব্যক্তিগত সকলো ঋণ পৰিশোধৰ উপায় হিচাপে গ্ৰহণ নকৰাটো [[আইন]] বিৰুদ্ধ।
 
== '''ইতিহাস''' ==
[[Fileচিত্ৰ:Euromoenterogsedler.jpg|thumb|right|<!--লিখক-->]]
 
'''আদিম প্ৰচলিত মুদ্ৰা'''
29 নং শাৰী:
এখন অধিকোষ-পত্ৰ ([[যুক্তৰাষ্ট্ৰ]] আৰু [[কানাডা]]ত সাধাৰণতে মূল্য-পত্ৰ(''bill'') বুলি জনা যায়) হৈছে প্ৰচলিত মুদ্ৰাৰ এটা প্ৰকাৰ, আৰু সাধাৰণতে বিভিন্ন অধিকাৰ-ক্ষেত্ৰত বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সৈতে অধিকোষ-পত্ৰই সকলো অৰ্থমুদ্ৰাৰ নগদ ৰূপটো গঠন কৰে। [[অষ্ট্ৰেলিয়া]]ৰ ''Commonwealth Scientific and Industrial Research Organisation''য়ে ১৯৮০ চনত বিশ্বৰ প্ৰথম ''polymer currency'' সৃষ্টি কৰে আৰু ইয়াক ১৯৮৮ চনত ৰাষ্ট্ৰৰ দ্বিশতবাৰ্ষিকী উত্সৱত প্ৰচালনৰ কাৰণে গ্ৰহণ কৰা হয়। এতিয়া ২২ খনমান দেশত ব্যৱহৃত ''polymer currency''য়ে অধিকোষ-পত্ৰৰ আয়ুস নাটকীয়ভাৱে বঢ়োৱাৰ লগতে জালিয়াতিও ৰোধ কৰে।
 
== '''আধুনিক প্ৰচলিত মুদ্ৰা''' ==
সাম্প্ৰতিকভাৱে, ''International Organization for Standardization''নে প্ৰচলিত মুদ্ৰাক ব্যাখ্যা কৰিবলৈ এটা ত্ৰি-বৰ্ণৰ সাংকেতিক পদ্ধতি (ISO 4217) ৰ সূচনা কৰিলে যাৰদ্বাৰা ডলাৰ বা ফ্ৰাঙ্ক বুলি কোৱা বহুসংখ্যক ভিন্ন মূল্যৰ প্ৰচলিত মুদ্ৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভ্ৰান্তি দূৰ হয়। উদাহৰণস্বৰূপে, এই পদ্ধতি অনুসৰি যুক্তৰাষ্ট্ৰৰ প্ৰচলিত মুদ্ৰাক বিশ্বব্যাপী USDৰে বুজোৱা হয়।
 
== '''নিয়ন্ত্ৰণ আৰু মুদ্ৰণ''' ==
 
বহুলভাৱে, নিজ প্ৰচালন ক্ষেত্ৰখনত মুদ্ৰা আৰু কাগজী টকা (ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা)ৰ নিৰ্গমণত এটা কেন্দ্ৰীয় বেংকৰ একচেটীয়া নিয়ন্ত্ৰণ থাকে। কেন্দ্ৰীয় বেংকে বেংকৰ(''credit'')দ্বাৰা প্ৰচলিত মুদ্ৰাৰ প্ৰকাশন বা সৃষ্টি বিত্তীয়/আৰ্থিক নীতি (''monetary policy'')ৰ জৰিয়তে নিজৰ নিয়ন্ত্ৰণত ৰাখে।
 
== '''তথ্য উৎস''' ==
{{reflist}}
# [http://en.wikipedia.org/wiki/Currency#cite_ref-Bernstein_0-0 ^] [http://en.wikipedia.org/wiki/Peter_L._Bernstein Bernstein, Peter] (2008) [1965]. "Chapters 4–5". A Primer on Money, Banking and Gold (3rd ed.). Hoboken, NJ: Wiley. [http://en.wikipedia.org/wiki/International_Standard_Book_Number ISBN] [http://en.wikipedia.org/wiki/Special:BookSources/978-0-470-28758-3 978-0-470-28758-3]. [http://en.wikipedia.org/wiki/Online_Computer_Library_Center OCLC] [http://www.worldcat.org/oclc/233484849 233484849]
# [http://en.wikipedia.org/wiki/Currency#cite_ref-1 ^] Deardorff, Prof. Alan V. (2008). [http://www-personal.umich.edu/~alandear/glossary/f.html "Deardorff's Glossary of International Economics"]. Department of Economics, University of Michigan. Retrieved 2008-07-12.
# [http://en.wikipedia.org/wiki/Currency#cite_ref-2 ^] Black, Henry Campbell (1910). "A Law Dictionary Containing Definitions Of The Terms And Phrases Of American And English Jurisprudence, Ancient And Modern", page 494. West Publishing Co. [http://en.wikipedia.org/wiki/Black%E2%80%99s_Law_Dictionary Black’s Law Dictionary] defines the word "fiat" to mean "a short order or warrant of a Judge or magistrate directing some act to be done; an authority issuing from some competent source for the doing of some legal act"
# [http://en.wikipedia.org/wiki/Currency#cite_ref-Banaji_3-0 ^] Banaji, Jairus (2007). [http://www.scribd.com/doc/14246569/Banaji-Jairus-Islam-The-Mediterranean-and-the-Rise-of-Capitalism "Islam, the Mediterranean and the Rise of Capitalism"]. Historical Materialism ([http://en.wikipedia.org/wiki/Brill_Publishers Brill Publishers]) 15 (1): 47–74. [http://en.wikipedia.org/wiki/Digital_object_identifier doi]:[http://dx.doi.org/10.1163%2F156920607X171591 10.1163/156920607X171591]. [http://en.wikipedia.org/wiki/International_Standard_Serial_Number ISSN] [http://www.worldcat.org/issn/1465-4466 1465-4466]. [http://en.wikipedia.org/wiki/Online_Computer_Library_Center OCLC] [http://www.worldcat.org/oclc/440360743 440360743]. Retrieved August 28, 2010.
# [http://en.wikipedia.org/wiki/Currency#cite_ref-Medieval_Trade_in_the_Mediterranean_World:_Illustrative_Documents_4-0 ^] [http://en.wikipedia.org/wiki/Roberto_Sabatino_Lopez Lopez, Robert Sabatino]; Raymond, Irving Woodworth; Constable, Olivia Remie (2001) [1955]. [http://cup.columbia.edu/bookpreview/978-0-231-12356-3/ Medieval trade in the Mediterranean world: Illustrative documents]. Records of Western civilization.; Records of civilization, sources and studies, no. 52. New York: [http://en.wikipedia.org/wiki/Columbia_University_Press Columbia University Press]. [http://en.wikipedia.org/wiki/International_Standard_Book_Number ISBN] [http://en.wikipedia.org/wiki/Special:BookSources/0231123574 0231123574]. [http://en.wikipedia.org/wiki/Online_Computer_Library_Center OCLC] [http://www.worldcat.org/oclc/478662641 466877309]
# [http://en.wikipedia.org/wiki/Currency#cite_ref-The_Collapse_of_the_Dollar_6-0 ^] Turk, James; Rubino, John (2007) [2004]. The collapse of the dollar and how to profit from it: Make a fortune by investing in gold and other hard assets. (Paperback ed.). New York: Doubleday. pp. 43 of 252. [http://en.wikipedia.org/wiki/International_Standard_Book_Number ISBN] [http://en.wikipedia.org/wiki/Special:BookSources/9780385512244 9780385512244]. [http://en.wikipedia.org/wiki/Online_Computer_Library_Center OCLC] [http://www.worldcat.org/oclc/192055959 192055959]
# [http://en.wikipedia.org/wiki/Currency#cite_ref-JamaicaGleaner_7-0 ^] [http://www.jamaica-gleaner.com/gleaner/20060131/lead/lead1.html "CARICOM Single Market (CSM) ratified! – Caribbean leaders sign formal document"]. [http://en.wikipedia.org/wiki/Jamaica_Gleaner Jamaica Gleaner] (Kingston, Jamaica: The Gleaner Company Limited). January 31, 2006. [http://en.wikipedia.org/wiki/Online_Computer_Library_Center OCLC] [http://www.worldcat.org/oclc/50239830 50239830]. Retrieved August 30, 2010.
 
[[শ্ৰেণী:অৰ্থনীতি]]
 
Line 137 ⟶ 138:
[[sv:Valuta]]
[[ta:நாணயம்]]
[[te:ద్రవ్యం]]
[[th:เงินตรา]]
[[tl:Pananalapi (yunit ng palitan)]]