ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

117 নং শাৰী:
== সংস্কৃতি ==
কেইবাশতিকাও ধৰি ফ্ৰান্স বিশ্বত সুকুমাৰ কলাৰ কেন্দ্ৰস্থল হিচাপে চিহ্নত হৈ আহিছে। ফ্ৰান্স কেইবাজনো কালজয়ী শিল্পী সৃষ্টি কৰাৰ লগতে নিজৰ সাংস্কৃতিক ইতহাসক লৈ গৌৰৱান্বিত হৈ আহিছে। বিভিন্ন ফৰাছী শাসক সকলে সদায়েই কালসূলভ সৃষ্টিক অনুপ্ৰেৰণা দিয়াৰ উদাহৰণ আছে। ফ্ৰান্সত প্ৰায় ১২০০ সংগ্ৰহালয় আছে যাক চাবৰ বাবে বছৰি প্ৰায় ৫০ ভ্ৰমণকাৰীৰ আগমণ হয়। ফ্ৰান্সত ৪৩,১৮০ টা প্ৰাচীন ঘৰ ঐতিহাসিক স্মৃতিচিহ্ন ৰূপে সংৰক্ষণ কৰা হৈছে, ইয়াৰ ভিতৰত দূৰ’গ, বাসগৃহৰ , ধৰ্মীয় প্ৰতিষ্ঠান আৰু মূৰ্তি, বাগিছা ইত্যদি আছে। ইউনেস্ক’ই ফ্ৰান্সৰ ৩৭ টা স্থানক বৰ্ল্ড হেৰিটেজ তালিকাত স্থান দিছে।
===চিত্ৰকলা===
===শিল্পকলা===
নৱজাগৰণৰ কালছোৱাত ফৰাছী চিত্ৰকলাৰ ওপৰত ফ্লেমীয় আৰু ইটালীয় শৈলীৰ প্ৰভাৱ পৰে। মধ্যযুগত ফ্ৰান্সৰ সকলোতকৈ বিখ্যাত চিত্ৰকৰ জন হ’ল জিঁ ফকোৱা[[:en:Jean Fouquet|( Jean Fouquet)]] [[চতুৰ্দশ লুই]]ৰ [[প্ৰধানমন্ত্ৰী]] কলবাৰ্টে ১৬৪৮ খ্ৰীষ্টাব্দত “ ৰাজকীয় চিত্ৰকলা তথা মূৰ্তিকলা প্ৰতিস্থান স্থাপিত কৰে ”[[:en:Royal Academy of Painting and Sculpture|(Royal Academy of Painting and Sculpture) আৰু ১৬৬৬ চনত ৰোমতা “‌ফ্ৰান্স একাডমি”[[:en:French Academy|(French Academy)]] স্থাপন কৰি ইটালীয় শিল্পী সকলৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰে।
১৮ শতিকাৰ ফৰাছী চিত্ৰকৰ সকলে “ ৰক’ক’[[:en:rococo| (rococo )]] নামে এক শৈলী উদ্ভাৱন কৰে, আৰু তাৰ পিছলৈয়ো চিত্ৰকলাৰ সকলোবিলাক বিখ্যাত শৈলীৰ চৰ্চা চলি থাকে।
 
কেইজন মান বিখ্যাত ফৰাছী চিত্ৰকৰ হ’ল
কেমিল পিছাৰ’, এডবাৰ্ড মনে,এডগাৰ দেজা, ক্ল’ডে মনে, অগ’ষ্ট ৰেনো, প’ল গেংগুইন, আন্দ্ৰে ডেৰাইন ইত্যাদি।
 
===স্থাপত্য===
===সাহিত্য===
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে