ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

129 নং শাৰী:
===বিজ্ঞান===
===ফেচন===
১৭শ শতিকাৰ পৰাই ‘ফেচন’ ফ্ৰান্সৰ এক গুৰুত্বপূৰ্ণ উদ্যোগ আৰু ৰপ্তানি ব্যৱসায় হিচাপে পৰিগণিত হৈ আহিছে। আধুনিক ‘ অ’ট ক’টিঅ’[[:en: Haute couture|(Haute couture)]] বোলা শৈলীৰ জন্ম হৈছিল পেৰিছত। আজিকালি লণ্ডন, মিলান আৰু নিউয়ৰ্কৰ লগতে পেৰিছকো বিশ্বৰ ফেচনৰ ৰাজধানী বুলি অভিহিত কৰা হয়।
ফ্ৰান্সত ফেচন উদ্যোগ গঢ়ি উঠাৰ মূল শ্ৰেয় চতুৰ্দশ লুই ক দিয়া হয়, ৰাজপিয়ালে বিলাসী সামগ্ৰী ব্যৱহাৰ তথা উৎপাদনৰ পৃষ্ঠপোষকতা কৰাৰ ফলত এই উদ্যোগে প্ৰসাৰতা লাভ কৰে যদিও, ১৮৬০ পৰা ১৯৬০ চনৰ ভিতৰত ফ্ৰান্সত গঢ়ি উঠা চেনেল, ডায়ৰ আদি বিখ্যাত ফেচন হাউচ বিলাকে এই উদ্যোগক বিশ্বজুৰি প্ৰসাৰতা দিয়ে।
 
===ক্ৰীড়া===
 
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে