ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

135 নং শাৰী:
 
== ৰাজনীতি ==
ফ্ৰান্সত গণতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত, অৰ্ধ ৰাষ্ট্ৰপতীয় একক [[প্ৰজাতন্ত্ৰ]] প্ৰচলিত। ফ্ৰান্সত বৰ্তামান চলি থকা ৫ম প্ৰজাতন্ত্ৰৰ সংবিধান ১৯৫৮ চনৰ ২৮ চেপ্টেম্বৰত গৃহীত হয়। শাসন প্ৰক্ৰিয়াৰ মূল ক্ষমতা দুভাগত ভগোৱা হয়, প্ৰথম [[ৰাষ্ট্ৰপতি]], তেঁও দেশৰ মূৰব্বী, তেখেতক পোনপতীয়া নিৰ্বাচনৰ যোগে পাঁচবছৰৰ বাবে নিৰ্বাচিত কৰা হয়। আৰু দ্বিতীয় হ’ল চৰকাৰ; চৰকাৰৰ মূৰব্বী হ’ল ৰাষ্ট্ৰপতিয়ে নিয়ুক্তি দিয়া [[প্ৰধানমন্ত্ৰী]]।
সৰকাৰী ও প্ৰশাসনিক ক্ষেত্ৰেও ফ্ৰান্স প্ৰভাৱ ৰেখেছে; ফ্ৰান্সই প্ৰথম বিশ্বকে [[ফৰাছী বিপ্লব|ফৰাছী বিপ্লবেৰ]] মধ্য দিয়ে গণতন্ত্ৰ উপহাৰ দেয়। ফৰাছী বিপ্লবেৰ আদৰ্শে উজ্জীবিত হয়ে বহু প্ৰজন্ম ধৰে বিশ্বেৰ অন্যত্ৰ অনেক সংস্কাৰবাদী ও বিপ্লবী আন্দোলন ঘটে।
ফ্ৰান্সৰ সংসদত দুটা তৰপ আছে, নেচনেল এচেম্বলী আৰু চিনেট। নেচনেল এচেম্বলীৰ সদস্য সকলে স্থানীয় সমষ্টি বিলাকক প্ৰতিনিধিত্ব কৰে আৰু তেঁওলোকক ৫ বছৰীয়া শাসন কালৰ বাবে পোনপটীয়া নিৰ্বাচন যোগে বাচি উলিওৱা হয়। এই এচেম্বলী চৰকাৰ ভাঙিব পৰা ক্ষমতাৰ অধিকাৰী, নেচনেল এচেম্বলিত সংখ্যাগৰিষ্ঠতাৰ মাজেৰেহে চৰকাৰ পতা হয়। চিনেটৰ সকলক এক নিৰ্বাচক মণ্ডলীৰ সহযোগ ছয় বছৰৰ বাবে নিৰ্বাচন কৰা হয়। চিনেটৰ সকলৰ প্ৰশাসনিক ক্ষমতা সীমিত, কোনো বিতৰ্কিত বিষয়ত নেচনেল এচেম্বলীৰ সিদ্ধান্তকে চূড়ান্ত বুলি মনা যায়।
ফ্ৰান্সত দুটা মূ্খ্য প্ৰতিদ্বন্দী দল আছে, বামপন্থী ফ্ৰান্স সমাজবাদী দল [[:en: French Socialist Party|( French Socialist Party) আৰু সোঁ পন্থী প্ৰজাতান্ত্ৰিক ৰেলী(RPR) [[:en:Rassemblement pour la République |(The Rally for the Republic)]]
 
== অৰ্থনীতি ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে