ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

112 নং শাৰী:
 
== জনসংখ্যা ==
প্ৰায় ৬৫.৮ মিলিয়ন জনসংখ্যাৰে ( জানুৱাৰী ২০১১ৰ লোকপিয়ল মতে) ফ্ৰান্স পৃথিৱীৰ ২১ তম জনবসতিপূৰ্ণ দেশ। উচ্চ আয়ুস সীমাৰ লগতে জন্মৰ হাৰ বৃদ্ধি ফ্ৰান্সৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। লগতে স্থায়ী ভাৱে ফ্ৰান্সলৈ প্ৰবজন কৰা লোকৰ সংখ্যাও[[ ইউৰোপ]]ৰ বাকী দেশ বোৰৰ তুলনাত যথেষ্ট বেছি। ফ্ৰান্সৰ জনসংখ্যাৰ প্ৰায় ১৯% এনে লোক বুলি অনুমান কৰা হয়। অৱশ্যে ফ্ৰান্সৰ আইন মতে কোনো নাগৰিকৰ জাতি –প্ৰজাতি সম্বন্ধে অনুসন্ধান কৰা নি‍‍ষেধ, গতিকে প্ৰকৃত পৰিসংখ্যা পোৱা কঠিন। বৰ্তমানে ফৰাছী চৰকাৰী অনুপ্ৰৱেশ কমাবৰ বাবে কঠোৰ নীতি অৱলম্বন কৰিছে। <br>
ফ্ৰান্সত গ্ৰাম্য জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে, আৰু চৰকাৰক বহুক্ষেত্ৰত সমস্যতোসমস্যাতো পেলাইছে।
 
== সংস্কৃতি ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে