ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ যোগ
5 নং শাৰী:
|common_name = France
ফ্ৰঁস্‌
|Language = [[ফৰাছী ভাষা|ফৰাছী]]
|national_motto = ''[[:en:|Liberté, Égalité, Fraternité]]''
(''লিবেৰ্তেLiberty, এগালিতেEquality, ফ্ৰাতেৰ্নিতেFraternity'')
"মুক্তি, সমতা, ভ্ৰাতৃত্ব"
|national_anthem = ''[[:en:La Marseillaise|La Marseillaise]]''
"[[লা মাৰসেল্লাইসেমাৰচেল্লাইচে]]"
|image_flag = Flag of France.svg
|image_coat =
13 নং শাৰী:
|image_map = Location France EU Europe.png
|map_caption = {{map_caption |location_color=কালো সবুজ
|country='''[[:en:Metropolitan France|মেট্ৰোপলিটান ফ্ৰান্স]]''' |region=[[ইউৰোপ]] |region_color=কালো ধূসৰ কলা |subregion =[[ইউৰোপীয় ইউনিয়ন]] |subregion_color=উজ্জল সবুজ |legend=Location France EU Europe.png}}
|image_map2 = Outre-mer_en.png
|map_caption2 =
বিশ্বেৰবিশ্বৰ '''ফৰাছী প্ৰজাতন্ত্ৰ''' এৰএক অঞ্চল
(excl. অ্যান্টাৰ্কটিকাএন্টাৰ্কটিকা য’ত শ্ৰেষ্ঠত্ব নিলম্বন কৰা হয়)
|capital = [[পেৰিছ]]
|latd=48 |latm=52 |latNS=N |longd=2 |longm=19.59 |longEW=E
23 নং শাৰী:
|leader_title1 = [[ফ্ৰান্সৰ প্ৰেছিডেন্ট|প্ৰেছিডেন্ট]]
|leader_title2 = [[ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী|প্ৰধানমন্ত্ৰী]]
|leader_name1 = [[নিকোলা সাৰ্কোজিচাৰ্কোজি]]
|leader_name2 = [[ফ্ৰঁৰ্চোৱা ফিয়োঁ]]
|sovereignty_type = [[ফ্ৰান্সৰ ইতিহাস|গঠন]]
94 নং শাৰী:

==ইতিহাস==
ফ্ৰান্স নামেৰে পৰিচিত এই ভুখণ্ডৰ ইতিহাস কেইবাহাজাৰ বছৰ পূৰণি। খ্ৰী: পূ: ৬০০ ত গ্ৰীক সাম্ৰাজ্যৰ এটা অংশই মাৰ্চেই [[:en: Marseille|(''Marseille'')]] নামে ঠাইত বসবাস কৰা আৰম্ভ কৰে। এই মাৰ্চেই ফ্ৰান্সৰ সকলোতকৈ প্ৰাচীন চহৰ। সেই সময়তে বৰ্তমান ফ্ৰান্সৰ আন আন অংশসমুহত কেলটিক গ’ল সকলো শক্তিশালী হৈ উঠে। [[ৰোমান]] সকলে এই গ’ল সকলক পৰাস্ত কৰি ৪ৰ্থ শতিকালৈকে এই ভুখণ্ড নিজৰ তলতীয়া কৰি ৰাখে।
ৰোমৰ পতনৰ পাছত ৪ৰ্থ শতিকাত ফ্ৰেংক নামে জনাজাত হৈ পৰা এই লোকসকলে, পুণৰ এই ভুখণ্ডৰ দখল নিজৰ হাতলৈ আনে। ৭৬৮ চনত চাৰ্লেমেন নামৰ এজন লোকে এই ফ্ৰেংক সকলক একগোট কৰি ৰাজ্য বিস্তাৰ কৰা আৰম্ভ কৰে। এই চাৰ্লেমেনকে বৰ্তমানৰ ফৰাছী আৰু জাৰ্মান ৰাজতন্ত্ৰৰ সকলৰ পূৰ্বসূৰী বুলি ধৰা হয়। ফৰাছী ৰাজতন্ত্ৰ প্ৰায় এহেজাৰ বছৰ ইউৰোপৰ এক শক্তিশালী সাম্ৰাজ্য ৰূপে পৰিগনিত হৈ আছিল ।
১৭৯২ চনত ফৰাছী বিপ্লৱৰ যোগেদি ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিস্থা হয়। কিন্তু ই বেছি দিন ধৰি বাছি নেথাকিল,[[ নাপ’লেয়ঁ ব’নাপাৰ্টে|নাপ’লেয়ঁ ব’নাপাৰ্টেই]] ফ্ৰান্সৰ শাসনভাৰ অধিকাৰ কৰি নিজকে সম্ৰাট বুলি ঘোষণা কৰে, আৰু ইউৰোপৰ বহতো দেশ অধিকাৰ কৰে। ১৮৭০ চনত নাপ’লেয়ঁ পৰাজিত হয় আৰু ফ্ৰান্সত পূণৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।
101 নং শাৰী:

==ভুগোল==
[[File:France cities.png|thumb|right|A relief map of Metropolitan France, showing cities with over 100,000 inhabitants.]]
৫৪৭,০৩০ বৰ্গকিলোমিটাৰ মাটিকালিৰে ফ্ৰান্স ইউৰোপৰ[[ইউৰোপ]]ৰ তৃতীয় সৰ্ববৃহৎ দেশ। পশ্চিম আৰু উত্তৰ প্ৰান্তত ইয়াৰ ভুমিভাগ প্ৰায় সমতল, আৰু বাকী অংশ পাৰ্বত্য অঞ্চল, দক্ষিণৰ ফালে পাইৰেনিচ আৰু পূবৰ ফালে আল্পচ পৰ্বতলানিৰ লগত ফ্ৰান্স সংযুক্ত হৈ আছে। ফ্ৰান্স মূলত: ৪১° ৰ পৰা ৫১° অক্ষাংশ আৰু ৬° পঃ ৰ পৰা ১০° পূ: দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।
ফ্ৰান্সৰ মূল ভুখণ্ড ইউৰোপত হলেও ইয়াৰ ৰাজনৈতিক পৰিসীমা কেইবাখনো উপনিবেশলৈ বিস্তৃত হৈ আছে,

== প্ৰশাসনিক অঞ্চলসমূহ ==
{{main|ফ্ৰান্সৰ প্ৰশাসনিক অঞ্চলসমূহ}}

ফ্ৰান্স নগৰভিত্তিক ৰাষ্ট্ৰ। জনসংখ্যাৰ প্ৰায় তিনি-চতুৰ্থাংশ চহৰত বাস কৰে। [[পেৰিছ]] (ফৰাছী Paris ''পাৰি'') ফ্ৰান্সৰ ৰাজধানী আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ চহৰ। ফ্ৰান্সৰ সবাতোকৈ ঘনবসতিপূৰ্ণ অঞ্চল এই পেৰিছত প্ৰায় এক কোটি লোকে বাস কৰে। পেৰিছ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক তথা সাংস্কৃতিক কেন্দ্ৰ। মধ্য-[[১৯ শতক|১৯ শতিকাত]] বেৰন [[জৰ্জ ওজেন|জৰ্জ ওজেনৰ]] সময় চহৰখনক বহল ৰাস্তা-ঘাট আৰু অন্যান্য বিকাশ মূলক কামেৰে পৰিকল্পিত চহৰ হিচাপে গঢ়ি তোলা হয়।

116 নং শাৰী:

==ভাষা আৰু শিক্ষাব্যৱস্থা==
ফৰাছি সংবিধানৰ ২ নং দফা মতে ফ্ৰান্সৰ ৰাষ্ট্ৰভাষা ফৰাছী।যদিও ব্যক্তিগত ভাবে ভাষাৰ ব্যৱহাৰত কোনো বাধা নাই, কিন্তু ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ফৰাছী ভাষা ব্যৱহাৰ কৰা বাধ্যতা মূলক।
১৮০২ চনত নাপলেয়’ ই শিক্ষাপ্ৰদানৰ বাবে লাইচি’ ৰ সৃষ্টি কৰে। তথাপিও জুলে’ ফেৰীক ফ্ৰান্সত আধুনিক বিদ্যালয়ৰ জন্মদাতা বুলি জনা যায়। ১৮৮২ চনৰ পৰাই ফ্ৰান্সত ১৩ বছৰ বয়সলৈকে (আজিকালি ১৬) বিনামূলীয়া, ধৰ্মনিৰপেক্ষ আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যবস্থা কৰা হৈছে। বৰ্তমান ফ্ৰান্স কেন্দ্ৰীয় শিক্ষাব্যৱস্থা প্ৰচলিত হৈ আছে, ইয়াৰ স্তৰ তিনিটা, প্ৰাথমিক, মধ্য আৰু উচ্চশিক্ষা। প্ৰাথমিক, মধ্যস্তৰৰ শিক্ষা প্ৰধানত ৰাজহুৱা ভাৱে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই বিদ্যালয় সমূহ পৰিচালনা কৰে। উচ্চশিক্ষা ৰাজহুৱা বিশ্ববিদ্যালয়সমূহত বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত [[:en:Grandes écoles|(Grandes écoles)]] প্ৰদান কৰা হয়।
১৮০২ চনত নাপলেয়’ ই শিক্ষাপ্ৰদানৰ বাবে লাইচি’ ৰ সৃষ্টি কৰে। তথাপিও জুলে’ ফেৰীক ফ্ৰান্সত আধুনিক বিদ্যালয়ৰ জন্মদাতা বুলি জনা যায়। ১৮৮২ চনৰ পৰাই ফ্ৰান্সত ১৩ বছৰ বয়সলৈকে ( আজিকালি ১৬) বিনামূলীয়া, ধৰ্মনিৰপেক্ষ আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যবস্থা কৰা হৈছে।
বৰ্তমান ফ্ৰান্স কেন্দ্ৰীয় শিক্ষাব্যৱস্থা প্ৰচলিত হৈ আছে, ইয়াৰ স্তৰ তিনিটা, প্ৰাথমিক, মধ্য আৰু উচ্চশিক্ষা। প্ৰাথমিক, মধ্যস্তৰৰ শিক্ষা প্ৰধানত ৰাজহুৱা ভাৱে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই বিদ্যালয় সমূহ পৰিচালনা কৰে। উচ্চশিক্ষা ৰাজহুৱা বিশ্ববিদ্যালয়সমূহত বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত [[:en:Grandes écoles|(Grandes écoles)]] প্ৰদান কৰা হয়।

== সংস্কৃতি ==
কেইবাশতিকাও ধৰি ফ্ৰান্স বিশ্বত সুকুমাৰ কলাৰ কেন্দ্ৰস্থল হিচাপে চিহ্নত হৈ আহিছে। ফ্ৰান্স কেইবাজনো কালজয়ী শিল্পী সৃষ্টি কৰাৰ লগতে নিজৰ সাংস্কৃতিক ইতহাসক লৈ গৌৰৱান্বিত হৈ আহিছে। বিভিন্ন ফৰাছী শাসক সকলে সদায়েই কালসূলভ সৃষ্টিক অনুপ্ৰেৰণা দিয়াৰ উদাহৰণ আছে। ফ্ৰান্সত প্ৰায় ১২০০ সংগ্ৰহালয় আছে যাক চাবৰ বাবে বছৰি প্ৰায় ৫০ ভ্ৰমণকাৰীৰ আগমণ হয়। ফ্ৰান্সত ৪৩,১৮০ টা প্ৰাচীন ঘৰ ঐতিহাসিক স্মৃতিচিহ্ন ৰূপে সংৰক্ষণ কৰা হৈছে, ইয়াৰ ভিতৰত দূৰ’গ, বাসগৃহৰ , ধৰ্মীয় প্ৰতিষ্ঠান আৰু মূৰ্তি, বাগিছা ইত্যদি আছে। ইউনেস্ক’ই ফ্ৰান্সৰ ৩৭ টা স্থানক বৰ্ল্ড হেৰিটেজ তালিকাত স্থান দিছে।

===চিত্ৰকলা===
[[File:Lascaux2.jpg|thumb|left|One of the paintings of Lascaux which represents a horse (Dordogne, approximately 18,000 BC).]]
নৱজাগৰণৰ কালছোৱাত ফৰাছী চিত্ৰকলাৰ ওপৰত ফ্লেমীয় আৰু ইটালীয় শৈলীৰ প্ৰভাৱ পৰে। মধ্যযুগত ফ্ৰান্সৰ সকলোতকৈ বিখ্যাত চিত্ৰকৰ জন হ’ল জিঁ ফকোৱা[[:en:Jean Fouquet|( Jean Fouquet)]] [[চতুৰ্দশ লুই]]ৰ [[প্ৰধানমন্ত্ৰী]] কলবাৰ্টে ১৬৪৮ খ্ৰীষ্টাব্দত “ ৰাজকীয় চিত্ৰকলা তথা মূৰ্তিকলা প্ৰতিস্থান স্থাপিত কৰে ”[[:en:Royal Academy of Painting and Sculpture|(Royal Academy of Painting and Sculpture) আৰু ১৬৬৬ চনত ৰোমতা “‌ফ্ৰান্স একাডমি”[[:en:French Academy|(French Academy)]] স্থাপন কৰি ইটালীয় শিল্পী সকলৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰে।
১৮ শতিকাৰ ফৰাছী চিত্ৰকৰ সকলে “ ৰক’ক’[[:en:rococo| (rococo )]] নামে এক শৈলী উদ্ভাৱন কৰে, আৰু তাৰ পিছলৈয়ো চিত্ৰকলাৰ সকলোবিলাক বিখ্যাত শৈলীৰ চৰ্চা চলি থাকে।
157 নং শাৰী:
২০১১ চনত ৭৯.৫ মিলিয়ন পৰ্যটকৰে ফ্ৰান্সে বিশ্ব শ্ৰেষ্ঠ গন্তব্যস্থল হিচাপে স্থান পাইছিল। পৰ্যটন ফ্ৰান্সৰ আন এক গুৰত্বপূৰ্ণ উদ্যোগ। ফ্ৰান্স, বিশেষকে পেৰছত পৃথিৱীৰ সৰ্ববৃহৎ আৰু বিখ্যাত যাদুঘৰ সমূহ অৱস্থিত। ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী বিলাকৰ কেইটামান হ’ল আইফেল টাৱাৰ, ল্যু’ভে যাদুঘৰ, ভাৰ্চেলিচৰ প্ৰাসাদ, ড-অৰ্চে যাদুঘৰ, ইত্যদি।

== চিত্ৰ ভৰাঁল ==
== ছবিতে ফ্ৰান্স ==
<gallery>
Image:Mont Saint Michel.jpg|[[মোঁ সাঁচা-মিচেল]], [[বাচ-নৰ্‌মন্দি]]
Image:IMG 0133(Eiffel in Evening).jpg|[[আইফেল টাৱাৰ]]
Image:Chambord1.jpg|[[চঁতো দ্য চঁবোৰ]]
170 নং শাৰী:

Image:Galerie1.jpg|[[গালেৰি দে গ্লাস]], [[ভাৰ্চাইৰ প্ৰাসাদ]]
Image:Citadelle Besançon.jpg|[[চিতাদেল]], [[ব্যসঁসোঁব্যচচো]]
Image:Cathedral Notre-Dame de Reims, France.jpg|[[নোত্ৰ্‌-দাম দ্য ৰাঁস কেথেড্ৰেল]]
Image:Notre-dame-de-la-garde (vue extérieure).jpg|[[নোত্ৰ্‌-দাম দ্য লা গাৰ্দ]], [[মাৰ্সেই]]
184 নং শাৰী:
Image:Plage.Guadeloupe.jpg|[[মাৰ্তিনিক]]
Image:Hienghene_La_Poule.JPG|[[নুভেল কালেদোনি]]
Image:Harbour of Nice (FR-06000).jpg|[[নিসনিচ]]
Image:Carcassonne-vignes.jpg|[[কাৰ্কাচন]] প্ৰাচীৰ

Image:Lyon fourviere.JPG|[[নোত্ৰ্‌-দাম দ্য ফুৰ্ভিয়েৰ]], [[লিয়োঁ]]
Image:Winter in saint-pierre, road.JPG|শীতকালীন [[সাঁচা-পিয়েৰ-এ-মিক্যলোঁ]]
Image:Champ de Mars from the Eiffel Tower - July 2006.jpg|[[শঁ দ্য মাৰ্সমাৰ্চ]], [[পেৰিছ]]
</gallery>

227 নং শাৰী:

{{Navboxes
|title= [[File:Nuvola apps kpdf2.png|25px]] Topicsফ্ৰান্স relatedসম্পৰ্কীয় to Franceঅন্যান্য বিষয়সমূহ
|list =
{{France topics |titlestyle=background:#ddf;}}
239 নং শাৰী:
| Northeast = {{flag| Belgium}}{{flag|Luxembourg}}
| East = {{flag|Germany}}{{flag| Switzerland}}{{flag|Italy}}
| Southeast = [[Mediterranean Seaভূমধ্যসাগৰ]]
| South = {{flag|Algeria}}
| Southwest = {{flag|Spain}}{{flag|Andorra}}
| West = [[Atlanticআটলাণ্টিক Oceanমহাসাগৰ]]
| Northwest = {{flag|United Kingdom}}

"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে