ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :sah,br,ur,yo পৰিবৰ্তন কৰিছে: zh:Wikipedia:創建條目精靈/维基百科不是什么
10 নং শাৰী:
'''ৱিকিপিডিয়া''' এখন ইণ্টাৰনেট বিশ্বকোষ৷ ইয়াত ব্যৱহাৰকৰ্তাসকলৰ মাজত [[সহযোগিতামূলক সংকলন]]ৰ দ্বাৰা এখন উচ্চ মানদণ্ডৰ বিশ্বকোষ সংকলন কৰাৰ কাৰণে প্রযত্ন কৰা হৈছে৷ ৱিকিপিডিয়া আচলতে কি, ইয়াত কেনে ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হয় বা কেনে পদ্ধতিৰ মাজেৰে ইয়াত কাম কৰা হয় এই সকলো কথা জানিবলৈ '''ৱিকিপিডিয়া কি নহয়''' সেইটোও জানিলোৱাতো বাঞ্ছনীয়। ৷
{{TOC right}}
what language is this
== লিখনশৈলী আৰু সজ্জা ==
=== {{anchor|PAPER}}ৱিকিপিডিয়া কাগজত চপা কৰা বিশ্বকোষ নহয় ===
{{policy shortcut|WP:NOTPAPER|WP:PAPER}}
'''ৱিকিপিডিয়া চপা বিশ্বকোষ নহয়''', ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ৷ ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷ ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে৷ ইয়াৰ প্ৰবন্ধসমূহ [[ৱিকিপিডিয়া:5P|ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতি]]ৰ আধাৰত ব্যৱস্থিত৷
 
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে ([[ৱিকিপিডিয়া:প্ৰবন্ধৰ আকাৰ]] চাওক।) দীঘল প্ৰবন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো প্রয়োজনীয় ([[ৱিকিপিডিয়া:সাৰাংশ শৈলী]] চাওক।) চপা বিশ্বকোষৰ প্রবন্ধসমূহ সহজে সালসলনি কৰিব নোৱাৰি, কিন্তু ৱিকিপিডিয়াত অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, অধিক বৰ্হিসংযোগ দিব পাৰোঁ, আৰু সোনকালে নবীকৰণ কৰিব পাৰি। ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি]] চাওক।
 
== সমল ==