ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

/* {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ ...
30 নং শাৰী:
=== {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয় ===
{{policy shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় । এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য । সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।
 
# '''কোনোধৰণৰ ওকালতি, [[অপপ্ৰচাৰ]] বা [[নিযুক্তি]]''': বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা । ৱিকিপিডিয়াত অৱশ্যেই [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]]ৰ নীতি মানি চলি তেনেধৰণৰ কামৰ বিষয়ে বস্তুনিষ্ঠভাৱে উল্লেখ কৰিব পাৰি । আপোনাৰ চিন্তা-ধাৰণাৰ সুফলসমূহ ৰাইজক জনাব বিচাৰিলে আপুনি এটা [[ব্ল’গ]] আৰম্ভ কৰিব পাৰে বা [[ইণ্টাৰনেট ফ’ৰাম]]ত যোগদান কৰিব পাৰে ।<ref>ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ লগত সম্পৰ্ক নথকা বিষয়ৰ ওকালতিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি । কিন্তু ''ৱিকিপিডিয়া নামস্থানত থকা'' পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ উন্নতিসাধনৰ বিচৰা নিৰ্দিষ্ট দৃষ্টিকোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি । সেইবাবে ৱিকিপিডিয়া সম্পৰ্কীয় লিখনী, প্ৰকল্প পৃষ্ঠা, প’ৰ্টেল আদি ৱিকিপিডিয়াৰ অংশ বুলি গণ্য কৰা হ’ব ।</ref> [[ৱিকিপিডিয়া:ওকালতি]] চাওক ।
# '''অভিমতৰ অংশ ''': যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয় । প্ৰবন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] ডাঙি ধৰি ভাৰসাম্য ৰক্ষা কৰিব লাগিব । ৱিকিপিডিয়াৰ লেখকসকলে সোনকালে অপ্ৰচলিত হৈ নোযোৱা প্ৰবন্ধ লিখিবলৈ অহৰহ চেষ্ঠা কৰা উচিত । কিন্তু ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প [[n:|ৱিকিবাতৰিয়ে]] ইয়াৰ প্ৰবন্ধৰ ওপৰত মন্তব্যক আদৰণি জনায় ।
# '''কেলেংকাৰীৰ প্ৰচাৰ,''' পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা । [[ৱিকিপিডিয়া:BLP|জীৱিত ব্যক্তিৰ বিষয়ে]] লিখা প্ৰৱন্ধ সেইজনৰ [[ৱিকিপিডিয়া:LIBEL|মানহানি]] নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে । কেৱল আন এজনৰ সন্মানক [[ৱিকিপিডিয়া:ATP|আক্ৰমণ]] কৰিবলৈকে প্ৰবন্ধ লিখিব নালাগে ।
# '''আত্মপ্ৰচাৰ,''' আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক । কিন্তু মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰবন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য । তাৰ ভিতৰত আছে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] যিটো নিজৰ বিষয়ে লিখোঁতে বজাই ৰখাটো টান হ’ব পাৰে । আত্মজীৱনীৰ উত্‍সলৈ পোনাই দিয়া সংযোগ বা প্ৰসংগৰ পয়োভৰ গ্ৰহণযোগ্য নহয় । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা]], [[ৱিকিপিডিয়া:আত্মজীৱনী]] আৰু [[ৱিকিপিডিয়া:আদৰ্শৰ বিবাদ]] চাওক ।
# '''বিজ্ঞাপন''': প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|বস্তুনিষ্ঠ আৰু পক্ষপাতশূন্য শৈলী]]ৰে লিখা হয় । সকলো প্ৰবন্ধৰ বিষয়বস্তুৰ [[ৱিকিপিডিয়া:স্বাধীন উৎস|স্বাধীন]], [[ৱিকিপিডিয়া:তৃতীয় পক্ষ উৎস|তৃতীয় পক্ষ উৎস]]ৰ দ্বাৰা সত্যাসত্য নিৰূপণ হোৱা উচিত । সেইবাবে কোনো সৰু গেৰেজ বা স্থানীয় কোম্পানীৰ বিষয়ে লিখা প্ৰবন্ধ গ্ৰহণীয় নহয় । বৃহত্‍ প্ৰতিষ্ঠানৰ লগত জড়িত হ’লেহে বাণিজ্যিক গোটৰ [[ৱিকিপিডিয়া:বহিঃ সংযোগ|বহিঃ সংযোগ]] গ্ৰহণযোগ্য হ’ব । ৱিকিপিডিয়াই কোনো প্ৰতিষ্ঠানৰ অনুমোদন নকৰে বা জড়িত প্ৰকল্প নচলায়। ক’ৰ্প’ৰেট উল্লেখযোগ্যতাৰ সহায়ৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (সন্থা আৰু প্ৰতিষ্ঠান)]] চাওক । বাণিজ্যিক নহ’লেও কোনো ঘটনাৰ প্ৰচাৰ বা ৰাজহুৱা জাননীৰ বাবে আন ফ’ৰাম ব্যৱহাৰ কৰক, ৱিকিপিডিয়া নহয় ।
 
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয়।
shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় । এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য । সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।