ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

/* {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ ...
216.187.135.2 (কথা-বতৰা)ৰ সম্পাদনাসমূহ MerlIwBotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নি...
10 নং শাৰী:
'''ৱিকিপিডিয়া''' এখন ইণ্টাৰনেট বিশ্বকোষ৷ ইয়াত ব্যৱহাৰকৰ্তাসকলৰ মাজত [[সহযোগিতামূলক সংকলন]]ৰ দ্বাৰা এখন উচ্চ মানদণ্ডৰ বিশ্বকোষ সংকলন কৰাৰ কাৰণে প্রযত্ন কৰা হৈছে৷ ৱিকিপিডিয়া আচলতে কি, ইয়াত কেনে ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হয় বা কেনে পদ্ধতিৰ মাজেৰে ইয়াত কাম কৰা হয় এই সকলো কথা জানিবলৈ '''ৱিকিপিডিয়া কি নহয়''' সেইটোও জানিলোৱাতো বাঞ্ছনীয়। ৷
{{TOC right}}
== লিখনশৈলী আৰু সজ্জা ==
what language is this
=== {{anchor|PAPER}}ৱিকিপিডিয়া কাগজত চপা কৰা বিশ্বকোষ নহয় ===
{{policy shortcut|WP:NOTPAPER|WP:PAPER}}
'''ৱিকিপিডিয়া চপা বিশ্বকোষ নহয়''', ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ৷ ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷ ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে৷ ইয়াৰ প্ৰবন্ধসমূহ [[ৱিকিপিডিয়া:5P|ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতি]]ৰ আধাৰত ব্যৱস্থিত৷
 
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে ([[ৱিকিপিডিয়া:প্ৰবন্ধৰ আকাৰ]] চাওক।) দীঘল প্ৰবন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো প্রয়োজনীয় ([[ৱিকিপিডিয়া:সাৰাংশ শৈলী]] চাওক।) চপা বিশ্বকোষৰ প্রবন্ধসমূহ সহজে সালসলনি কৰিব নোৱাৰি, কিন্তু ৱিকিপিডিয়াত অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, অধিক বৰ্হিসংযোগ দিব পাৰোঁ, আৰু সোনকালে নবীকৰণ কৰিব পাৰি। ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি]] চাওক।
 
== সমল ==
কেৱল শুদ্ধ আৰু কামত অহাৰ গুণতে বিশ্বকোষ এখনত যিকোনো বিষয় সন্নিৱিষ্ট কৰিব নোৱাৰি। কোনো কোনো বিষয়ৰ অন্তৰ্ভুক্তিৰ ওপৰত মাজে-সময়ে প্ৰশ্ন উঠিলেও ৱিকিপিডিয়াৰ বিষয়ববীয়াসকল এই কথাত ঐকমত্য যে তলৰ অনুচ্ছেদসমূহ "ৱিকিপিডিয়া কি নহয়" বা "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" তাৰ ভাল উদাহৰণ।
 
=== {{anchor|DIC|DICDEF|DICT|DICTIONARY}}ৱিকিপিডিয়া এখন অভিধান নহয় ===
back off this
{{policy shortcut|WP:NOT#DICDEF|WP:NOT#DICT|WP:NOT#DICTIONARY}}
{{main|ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়}}
 
ৱিকিপিডিয়া কোনো অভিধান নহয়, কাৰিকৰী কথা বা অৰ্থহীন শব্দৰ ব্যৱহাৰিক সহায়িকা নহয় । ৱিকিপিডিয়াৰ প্ৰবন্ধ তলৰ উদাহৰণবোৰো নহয়:
 
# '''সংজ্ঞা ।''' যদিও প্ৰবন্ধসমূহ এটা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়#ভাল সংজ্ঞা|ভাল সংজ্ঞাৰে]] আৰু ''এটা'' বিষয়ৰ বিৱৰণৰে ''আৰম্ভ'' হ’ব লাগে, সেইবোৰে বিশেষ বিষয়টোৰ ওপৰত আন আন তথ্যও আগবঢ়োৱা উচিত । সম্ভৱপৰ হ’লে কেৱল সংজ্ঞাহে থকা প্ৰবন্ধবোৰত আন বিষয়বস্তু সন্নিৱিষ্ট কৰি '''বিস্তাৰ''' কৰা উচিত ।
# '''অভিধান অন্তৰ্ভুক্তি ।''' বিশ্বকোষৰ প্ৰবন্ধৰ বিষয় হৈছে কোনো ব্যক্তি, গোট, ধাৰণা, ঠাই, বস্তু, এটা ঘটনা আদি । কোনো ক্ষেত্ৰত এটা শব্দ বা বাক্যাংশই বিশ্বকোষৰ বিষয় হ’ব পাৰে, যেনে [http://en.wikipedia.org/wiki/Macedonia_(terminology) মেচিডনিয়া(পৰিভাষা)] । কাচিত্হে কোনো প্ৰৱন্ধৰ এটাতকৈ অধিক ''সুস্পষ্ট'' সংজ্ঞা বা শিৰোনামাৰ ব্যৱহাৰ থাকিব পাৰে । [[সংখ্যাৰ তালিকা|সংখ্যাৰ]]ৰ সাংস্কৃতিক বা গাণিতিক বিশেষত্বৰ বিষয়ে লিখা প্ৰবন্ধও গ্ৰহণযোগ্য ।<br />অভিধানিক ৱিকি বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[wikt:Main Page|Wiktionary]] চাওক ।
# '''ব্যৱহাৰ, অপশব্দ, আৰু/বা জতুৱা ঠাঁচ পথনিৰ্দেশিকা ।''' ভাষা, দোৱান বা অপশব্দৰ প্ৰকাৰৰ বৰ্ণনামূলক প্ৰৱন্ধ গ্ৰহণীয় । তেনে ভাষাৰ কথকৰ বাবে সহায় প্ৰবন্ধ গ্ৰহণযোগ্য নহয় । অধিক তথ্যৰ বাবে তলৰ [[ৱিকিপিডিয়া:NOTGUIDE|"ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়"]] চাওক ।<br />সহায়িকাপুথিৰ সংগ্ৰহ বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[b:Main Page|Wikibooks]] চাওক ।
 
=== {{anchor|COOL|FANSITE|OR|OTHOUGHT|PUBLISHER}}ৱিকিপিডিয়া কোনো মৌলিক চিন্তাৰ প্ৰকাশস্থল নহয় ===
Line 30 ⟶ 43:
=== {{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয় ===
{{policy shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় । এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য । সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।
 
# '''কোনোধৰণৰ ওকালতি, [[অপপ্ৰচাৰ]] বা [[নিযুক্তি]]''': বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা । ৱিকিপিডিয়াত অৱশ্যেই [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]]ৰ নীতি মানি চলি তেনেধৰণৰ কামৰ বিষয়ে বস্তুনিষ্ঠভাৱে উল্লেখ কৰিব পাৰি । আপোনাৰ চিন্তা-ধাৰণাৰ সুফলসমূহ ৰাইজক জনাব বিচাৰিলে আপুনি এটা [[ব্ল’গ]] আৰম্ভ কৰিব পাৰে বা [[ইণ্টাৰনেট ফ’ৰাম]]ত যোগদান কৰিব পাৰে ।<ref>ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ লগত সম্পৰ্ক নথকা বিষয়ৰ ওকালতিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি । কিন্তু ''ৱিকিপিডিয়া নামস্থানত থকা'' পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ উন্নতিসাধনৰ বিচৰা নিৰ্দিষ্ট দৃষ্টিকোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি । সেইবাবে ৱিকিপিডিয়া সম্পৰ্কীয় লিখনী, প্ৰকল্প পৃষ্ঠা, প’ৰ্টেল আদি ৱিকিপিডিয়াৰ অংশ বুলি গণ্য কৰা হ’ব ।</ref> [[ৱিকিপিডিয়া:ওকালতি]] চাওক ।
# '''অভিমতৰ অংশ ''': যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয় । প্ৰবন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] ডাঙি ধৰি ভাৰসাম্য ৰক্ষা কৰিব লাগিব । ৱিকিপিডিয়াৰ লেখকসকলে সোনকালে অপ্ৰচলিত হৈ নোযোৱা প্ৰবন্ধ লিখিবলৈ অহৰহ চেষ্ঠা কৰা উচিত । কিন্তু ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প [[n:|ৱিকিবাতৰিয়ে]] ইয়াৰ প্ৰবন্ধৰ ওপৰত মন্তব্যক আদৰণি জনায় ।
# '''কেলেংকাৰীৰ প্ৰচাৰ,''' পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা । [[ৱিকিপিডিয়া:BLP|জীৱিত ব্যক্তিৰ বিষয়ে]] লিখা প্ৰৱন্ধ সেইজনৰ [[ৱিকিপিডিয়া:LIBEL|মানহানি]] নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে । কেৱল আন এজনৰ সন্মানক [[ৱিকিপিডিয়া:ATP|আক্ৰমণ]] কৰিবলৈকে প্ৰবন্ধ লিখিব নালাগে ।
# '''আত্মপ্ৰচাৰ,''' আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক । কিন্তু মনত ৰাখিব যে ৱিকিপিডিয়া প্ৰবন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য । তাৰ ভিতৰত আছে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] যিটো নিজৰ বিষয়ে লিখোঁতে বজাই ৰখাটো টান হ’ব পাৰে । আত্মজীৱনীৰ উত্‍সলৈ পোনাই দিয়া সংযোগ বা প্ৰসংগৰ পয়োভৰ গ্ৰহণযোগ্য নহয় । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা]], [[ৱিকিপিডিয়া:আত্মজীৱনী]] আৰু [[ৱিকিপিডিয়া:আদৰ্শৰ বিবাদ]] চাওক ।
# '''বিজ্ঞাপন''': প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|বস্তুনিষ্ঠ আৰু পক্ষপাতশূন্য শৈলী]]ৰে লিখা হয় । সকলো প্ৰবন্ধৰ বিষয়বস্তুৰ [[ৱিকিপিডিয়া:স্বাধীন উৎস|স্বাধীন]], [[ৱিকিপিডিয়া:তৃতীয় পক্ষ উৎস|তৃতীয় পক্ষ উৎস]]ৰ দ্বাৰা সত্যাসত্য নিৰূপণ হোৱা উচিত । সেইবাবে কোনো সৰু গেৰেজ বা স্থানীয় কোম্পানীৰ বিষয়ে লিখা প্ৰবন্ধ গ্ৰহণীয় নহয় । বৃহত্‍ প্ৰতিষ্ঠানৰ লগত জড়িত হ’লেহে বাণিজ্যিক গোটৰ [[ৱিকিপিডিয়া:বহিঃ সংযোগ|বহিঃ সংযোগ]] গ্ৰহণযোগ্য হ’ব । ৱিকিপিডিয়াই কোনো প্ৰতিষ্ঠানৰ অনুমোদন নকৰে বা জড়িত প্ৰকল্প নচলায়। ক’ৰ্প’ৰেট উল্লেখযোগ্যতাৰ সহায়ৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (সন্থা আৰু প্ৰতিষ্ঠান)]] চাওক । বাণিজ্যিক নহ’লেও কোনো ঘটনাৰ প্ৰচাৰ বা ৰাজহুৱা জাননীৰ বাবে আন ফ’ৰাম ব্যৱহাৰ কৰক, ৱিকিপিডিয়া নহয় ।
 
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয়।
shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় । এই নীতিটো প্ৰবন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য । সেইকাৰণে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় ।