ৱিকিপিডিয়া:একাউণ্ট কিয় খুলিব লাগে?: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
 
আপুনি বিকিপিডিয়া পঢ়িবলৈ ৱিকিপিডিয়াত [[Special:Userlogin|প্রৱেশ]] কৰা আৱশ্যক নহয়। আপুনি সম্পাদনা কৰিবলৈও প্রৱেশ কৰা আৱশ্যক নহয়— '' [[:en:Wikipedia:Blocking policy|যিকোনো ]] ব্যক্তিয়ে'' [[:en:Wikipedia:List of protected pages|যিকোনো]] বিষয় প্ৰৱেশ নকৰাকৈয়ে সকলো সময়তে সম্পাদনা কৰিব পাৰে, আৰু বহুতো পুৰণি অৱদানকাৰীয়ে প্ৰৱেশ নকৰাকৈয়ে ৱিকিপিডিয়াত সম্পাদনা কৰে| Nevertheless, creating an account is quick, free and non-intrusive, and it's generally considered a good idea to do so for a variety of reasons.
 
'''সদস্যনামৰ পঞ্জীয়ন''' কৰা বাধ্যতামূলক নহয়, কিন্তু এনে কৰিবলৈ উৎসাহ যোগোৱা হয়। তাৰ বাবে আপুনি নিজৰ নাম বা কোনো ব্যক্তিগত তথ্য দিব নালাগে।
 
পঞ্জীয়ন নকৰালৈও সকলোৱে ৱিকিপিডিয়ালৈ বৰঙণি যোগাব পাৰে। কিন্তু সদস্যনাম এটা পঞ্জীয়ন কৰাৰ কিছুমান লাভ আছে:
*নতুন প্ৰবন্ধ সৃষ্টি কৰিব পৰা।
*একাউণ্ট এটা থাকিলে বহু [[:en:Wikipedia:Why create an account?|অতিৰিক্ত সুবিধা]] পোৱা যায়, যেনে অধিক সম্পাদনা বিকল্প আৰু নিজা পছন্দৰ তালিকা। আন এক সুবিধা হ'ল [[:en:Help:Watching pages|লক্ষ্যতালিকা]] য'ৰপৰা আপুনি আপোনাৰ আগ্ৰহ থকা পৃষ্টাসমূহ নিৰীক্ষণ কৰিব পাৰিব। একাউণ্ট থাকিলে [[:en:Help:Moving a page|পৃষ্ঠা স্থানান্তৰ বা পুনৰ-নামাকৰণ কৰিব পাৰিব]]। (কেৱল কপী-পেষ্ট কৰি পৃষ্ঠা স্থানান্তৰ নকৰিব কাৰণ তেতিয়া পৃষ্ঠা ইতিহাস সংৰক্ষিত হৈ নাথাকে। তাৰ সলনি [[Wikipedia:ৰাইজৰ চ'ৰা|ৰাইজৰ চ'ৰা]]ত এজন পঞ্জীভুক্ত সদস্যৰ সহায় বিচাৰক।)
*এজন অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক বৰঙণি বা মন্তব্যৰ স্বাক্ষৰৰ ক্ষেত্ৰত তেওঁৰ কম্পিউটাৰৰ [[:en:IP address|আই পি ঠিকনাৰে]] চিনাক্ত কৰা হয়। আপোনাৰ কম্পিউটাৰৰ আই পি ঠিকনাৰ যোগেদি আপোনাৰ বিষয়ে তথ্য জানিব পৰা যায়, সেইবাবে পঞ্জীয়ন কৰিলে আপোনাৰ গোপনীয়তা '''''বৃদ্ধি''''' পায়। আকৌ আই পি ঠিকনা প্ৰায়েই সলনি হয় বাবে অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীয়ে আন সম্পাদকৰ পৰা সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ অলপ টান হয়। তেনে অ-পঞ্জীভুক্ত সদস্যৰ অদ্বিতীয় [[:en:Help:Using talk pages|আলোচনা পৃষ্ঠা]] নাথাকে বাবে তেওঁলোকৰ লগত বাৰ্তালাপ কৰা জটিল। গতিকে ৱিকিপিডিয়াত কৰা সম্পাদনা আৰু মন্তব্যৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশৰ বাবে বহু ৱিকিপিডিয়ানে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ অৰ্থ এয়েই যে প্ৰবন্ধ বা আলোচনা পৃষ্ঠাত আপোনাৰ বৰঙণিক অধিক গুৰুত্ব দিয়া হ'ব।
*এই পৃষ্ঠাখনৰ নিচিনা কিছুমান পৃষ্ঠাত সম্পাদনা কৰিবলৈ সদস্যজন [[:en:Wikipedia:User access levels#Autoconfirmed users|স্বয়ংনিশ্চিত হ'ব লাগিব]]। ৱিকিপিডিয়াত কমেও চাৰিদিন থকা আৰু দহটা সম্পাদনা কৰা সদস্যক এই সুবিধা দিয়া হয় কিন্তু অ-পঞ্জীভুক্ত ব্যৱহাৰকাৰীক দিয়া নহয়, লাগিলে তেওঁ যিমানেই সম্পাদনা নকৰক।
*কেৱল পঞ্জীভুক্ত সদস্যকহে [[ৱিকিপিডিয়া:প্ৰশাসকবৃন্দ|প্ৰশাসক]] (Sysop বুলিও কোৱা হয়) হ'বলৈ অনুমতি দিয়া হয়।
 
পঞ্জীয়ন কৰিলে আপোনাৰ সদস্যনাম আৰু গুপ্তশব্দ নাপাহৰিব। যদি আপুনি এইবোৰ বস্তু সতকাই পাহৰে, তেন্তে পঞ্জীয়ন কৰোঁতে আপোনাৰ ইমেইল ঠিকনাটো দিব যাতে আপুনি এতিয়াৰ গুপ্তশব্দ পাহৰিলে নতুন এটা পঠিয়াই দিব পৰা যায়।
 
==কেনেকৈ পঞ্জীয়ন কৰিব==
পঞ্জীয়ন কৰিবলৈ ওপৰৰ লিংকটোত বা যিকোনো পৃষ্ঠাৰ সোঁকাষে ওপৰত থকা [[Special:Userlogin|প্ৰৱেশ/সদস্যভুক্তি]] লিংকটোত ক্লিক কৰক।
 
এবাৰ বাচি লোৱাৰ পিছত আপোনাৰ সদস্যনাম (সহজে) সলাব নোৱাৰিব। গতিকে সদস্যনাম সৃষ্টি কৰাৰ আগতে [[:en:Wikipedia:Username policy|সদস্যনাম নীতি]] পঢ়ি লোৱাটো জৰুৰী।
 
{| id="shortcut" class="noprint" style="border:1px solid #999; background:#fff; margin:0 0 .5em 1em; text-align:center; padding:5px; clear:right; font-size:smaller;" align="right"