পিনক'ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==গঠন==
ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে| পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়| দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়| তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়|[[Image: pincode.jpg]]
 
==প্ৰসংগ==
"https://as.wikipedia.org/wiki/পিনক%27ড"ৰ পৰা অনা হৈছে