প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
Bishnu Saikia (আলোচনা | বৰঙণি) জাননী |
||
1 নং শাৰী:
[[Category:পৰিবেশ বিজ্ঞান]]▼
[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|300px|২য় বিশ্বযুদ্ধৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ]]
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু [[বায়ু]]ত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], [[বেক্টেৰিয়া]], [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰোজেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে৷ তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ৷
Line 24 ⟶ 23:
{{পোখালি}}
30 নং শাৰী:
▲[[Category:পৰিবেশ বিজ্ঞান]]
[[en:Pollution]]
[[af:Besoedeling]]
|