সোণাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা / টেগ
1 নং শাৰী:
 
{{Infobox Indian jurisdiction |
native_name = সোণাৰি |
Line 22 ⟶ 21:
footnotes = |
}}
'''সোণাৰি''' ({{Lang-en|Sonari}}; {{Lang-bn|সোণারি}}; {{Lang-hi|सोणारि}}) [[অসম]]ৰ [[শিৱসাগৰ জিলা]]ৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু [[চৰাইদেউ]] মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
 
==ভৌগোলিক বিৱৰণ==
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ (৩১৮ ফুট)।<ref>{{cite web | url=www.fallingrain.com/world/IN/3/Sonari.html | title=সোণাৰি নগৰৰ ভৌগোলিক অৱস্থান | accessdate=February 02, 2012}}</ref> নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক [[ধোদৰ আলি]]। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। [[গোলাঘাট জিলা]]ৰ কমাৰবন্ধাৰ পৰা [[ডিব্ৰুগড় জিলা]]ৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
 
==নামৰ উৎপত্তি==
{{empty section|1}}
 
==জন-গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন। <ref>{{cite web | url=http://www.tiptopglobe.com/city?n=Sonari&p=19673#lat=11.09217&lon=78.92578&zoom=4 | title=সোণাৰি নগৰৰ জনসংখ্যা (লোকপিয়ল২০১১) | accessdate=February 02, 2012}}</ref>
অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পাঞ্জাৱী আদি লোকেও নগৰখনত বসবাস কৰি আছে।
 
==যাতায়ত==
সোণাৰিৰ সৈতে [[নামৰূপ]], [[নাহৰকটীয়া]], [[তিনিচুকীয়া]], [[শিৱসাগৰ]], [[যোৰহাট]], [[মৰাণ]], [[ডিব্ৰুগড়]] আদি নগৰৰ সৈতে পোনপতীয়াপোনপটীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
 
==অনুষ্ঠান-প্ৰতিষ্ঠান==
'''উল্লেখযোগ্য শিক্ষানুষ্ঠান'''
*[[সোণাৰি মহাবিদ্যালয়]]
*[[সোণাৰি বাণিজ্য মহাবিদ্যালয়]]
*ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
*পদ্মকুমাৰী বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
Line 49 ⟶ 51:
 
==উল্লেখযোগ্য ব্যক্তিত্ব==
{{empty section|2}}
==তথ্যসূত্ৰ==
 
{{reflist}}
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
==বাহ্যিক সংযোগ==
[http://www.geetikavi.com www.geetikavi.com]
"https://as.wikipedia.org/wiki/সোণাৰি"ৰ পৰা অনা হৈছে