অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
| birth_name =
| birth_date = ১৯৩১ চন
| birth_place = [[সেন্দুৰী আলি]], [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
| death_date =
| death_place =
14 নং শাৰী:
| occupation = সহিত্যিক, নাট্যকাৰ
| language = [[অসমীয়া]]
| nationality = ভাৰতীয় {{flagicon|IND}} ভাৰতীয়
| ethnicity =
| citizenship = ভাৰতীয়
24 নং শাৰী:
| movement =
| notableworks = [[আশীৰ্বাদৰ ৰং]]
| spouse = আৰতি শৰ্মা
| partner =
| children = নন্দিনী, অচিন্ত
| relatives =
| influences =
36 নং শাৰী:
}}
 
[[অসমীয়া]] নাট্য সাহিত্যলৈ নৱতম ধাৰাৰ সংযোজন ঘটোৱা '''অৰুণ শৰ্মা''' ({{lang-en|Arun Sharma}}, জন্ম:১৯৩১ চন) একেধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰৱন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী হিচাপেআছিল৷ জনাজাত৷ ‘শ্ৰী''শ্ৰী নিবাৰণ ভট্টাচাৰ্য’ভট্টাচাৰ্য'' নাটকৰ বাবে খ্যাতখ্যাত। [[অৰুণ শৰ্মা]]দেৱশৰ্মাদেৱ '''[[আশীৰ্বাদৰ ৰং]]''' শীৰ্ষক উপন্যাসৰউপন্যাস খনৰ বাবে ১৯৯৭ চনত [[সাহিত্য অকাডেমী বঁটা]] লাভ কৰিছিল৷কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে৷
 
==প্ৰাৰম্ভিক জীৱন==
[[অসমীয়া]] নাট্য সাহিত্যলৈ নৱতম ধাৰাৰ সংযোজন ঘটোৱা '''অৰুণ শৰ্মা''' একেধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰৱন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী হিচাপে জনাজাত৷ ‘শ্ৰী নিবাৰণ ভট্টাচাৰ্য’ নাটকৰ বাবে খ্যাত [[অৰুণ শৰ্মা]]দেৱ ‘[[আশীৰ্বাদৰ ৰং]]’ শীৰ্ষক উপন্যাসৰ বাবে [[সাহিত্য অকাডেমী বঁটা]] লাভ কৰিছিল৷ তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে৷
[[ডিব্ৰুগড় জিলা]] জিলাৰ [[সেন্দুৰী আলি]]তআলিত অৰুণ শৰ্মাৰ ১৯৩১ চনত৷চনত জন্ম হয়৷ পিতৃৰ পিতৃনাম '''তিলক চন্দ্ৰ শৰ্মা,''' মাতৃআৰু মাতৃৰ নাম '''নৰ্মদা কুমাৰী দেৱী৷দেৱী'''। ১৯৪৮ চনত [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ [[কটন কলেজ]]ৰ পৰা ১৯৫২ চনত আই এ (১৯৫২) আৰু ১৯৫৪ চনত স্নাতক ডিগ্ৰী (১৯৫৪) লাভ কৰে৷<brকৰে। ১৯৫৯ চনত উজানবজাৰৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ />হয়।
 
==ব্যক্তিগত জীৱন==
[[ডিব্ৰুগড়]] জিলাৰ [[সেন্দুৰী আলি]]ত ১৯৩১ চনত৷ পিতৃ তিলক চন্দ্ৰ শৰ্মা, মাতৃ নৰ্মদা কুমাৰী দেৱী৷ ১৯৪৮ চনত [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ [[কটন কলেজ]]ৰ পৰা আই এ (১৯৫২) আৰু স্নাতক ডিগ্ৰী (১৯৫৪) লাভ কৰে৷<br />
তেওঁ ১৯৫৯ চনত [[উজানবজাৰ]]ৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ পাণিগ্ৰহণ কৰে৷
==কৰ্মজীৱন==
*[[আসাম ট্ৰিবিউন]] কাকতৰ আৰ্হি কাকত চাওঁতা, পিছলৈ সহকাৰী সম্পাদক
*ৰঙাবাৰী হাইস্কুলত শিক্ষকতা
*[[আকাশবাণী]] [[গুৱাহাটী (আকাশবাণী কেন্দ্ৰ)|গুৱাহাটী]] কেন্দ্ৰৰ প্ৰযোজক (১৯৬১)
*‘আকাশবাণীআকাশবাণী [[ডিব্ৰুগড়]]’ কেন্দ্ৰৰ সঞ্চালক (১৯৮৫)
*‘আকাশবাণীআকাশবাণী উত্তৰ-পূৰ্বাঞ্চল’ৰপূৰ্বাঞ্চলৰ সঞ্চালক আৰু অৱসৰ গ্ৰহণ (১৯৮৯)
*‘[[পূৰ্বাচল]]’ৰপূৰ্বাচলৰ সম্পাদক (১৯৯০)
*অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া (১৯৯১)
*অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি (২০০২)
Line 63 ⟶ 62:
 
== স্বীকৃতি আৰু বঁটা ==
*‘শ্ৰী''শ্ৰী নিবাৰণ ভট্টাচাৰ্য’ভট্টাচাৰ্য'' শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)
*[[জাপান]]ত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত [[এছিয়া পেছিফিক এৱাৰ্ড]] (১৯৮০)
*[[প্ৰাঁ ফিউচাৰ বাৰ্লিন]] বঁটা (১৯৮২)
Line 72 ⟶ 71:
 
== সাহিত্য কৃতী ==
{{multicol}}
=== নাট্য সম্ভাৰ ===
# শ্ৰী নিবাৰণ ভট্টাচাৰ্য (১৯৬১)
91 নং শাৰী:
# চক্ৰব্যুহ (২০০৩)
# চিত্ৰলেখা (গৰীয়সীত প্ৰকাশিত)(২০০৮)
{{col-break}}
=== উপন্যাস ===
# আশীৰ্বাদৰ ৰং
Line 103 ⟶ 104:
=== অন্যান্য ===
#গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰৱন্ধ তথা কবিতা প্ৰকাশ
{{col-end}}
 
== তথ্যসংগ্ৰহ ==
*কথা বৰেণ্য ১০০- সম্পাদক- শোণিত বিজয় দাস, মুনীন বায়ন প্ৰথম প্ৰকাশ -২০০৬ চন, পৃষ্ঠা নং -১৮৯
*অৰুণ শৰ্মাৰ নাটক –ড০ পোনা মহন্ত , দৈনিক জনমভূমি ১২ মাৰ্চ ২০০৬
 
 
{{Navbox assam biography}}
117 নং শাৰী:
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
 
[[en:Arun Sharma (dramatist)]]