অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
[[ডিব্ৰুগড় জিলা]]ৰ সেন্দুৰী আলিত অৰুণ শৰ্মাৰ ১৯৩১ চনত জন্ম হয়৷ পিতৃৰ নাম '''তিলক চন্দ্ৰ শৰ্মা''' আৰু মাতৃৰ নাম '''নৰ্মদা কুমাৰী দেৱী'''। ১৯৪৮ চনত [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ [[কটন কলেজ]]ৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৯ চনত উজানবজাৰৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়।
 
==কৰ্মজীৱন==
50 নং শাৰী:
*অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া (১৯৯১)
*অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি (২০০২)
 
==ব্যক্তিগত জীৱন==
১৯৫৯ চনত উজানবজাৰৰ মুক্তিযুঁজাৰু ''চন্দ্ৰনাথ শৰ্মা''ৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা: ''নন্দিনী''' আৰু '''অচিন্ত'''।
 
== নাট্য আৰু সাহিত্যিক জীৱন ==